গোলাঘাট, 5 মাৰ্চঃ বৃহস্পতিবাৰে সমগ্ৰ অসমতে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ আহ্বান মৰ্মে স্বায়ত্ব শাসনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ সমান্তৰালকৈ গোলাঘাটতো অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । স্বায়ত্ব শাসনৰ দাবীত গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় ।
লগতে পঢ়কঃ দিল্লীস্থিত বাসগৃহৰ ভিতৰত নিজক আৱদ্ধ কৰিলে চীনা নাগৰিকে