ETV Bharat / state

বনাঞ্চল এৰি জনাঞ্চলত কাজিৰঙাৰ বন্যপ্ৰাণী - kaziranga flood

কাজিৰঙাত কমিছে পানী কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ লেখ মাত্ৰাও কমা নাই দুখ-দুৰ্দশা ৷ বানত আলৈ-আথানিত ভোগা জীৱকূলে খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত এতিয়া হাহাকাৰ কৰা পৰিলক্ষিত হৈছে ৷

বনাঞ্চল এৰি জনাঞ্চলত কাজিৰঙাৰ বন্যপ্ৰাণী
author img

By

Published : Jul 19, 2019, 9:18 PM IST

কাজিৰঙা, 19জুলাইঃ কাজিৰঙালৈ ক্ৰমাৎ উভতি আহিছে স্বাভাৱিক অৱস্থা ৷ ৰাজ্যৰ বানত ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত কাজিৰঙাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও অপৰিৱৰ্তিত হৈ আছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ দুৰ্ভোগ যাতনা ৷ সুৰক্ষিত স্থানৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি বিপদত পৰিছে হৈছে হৰিণা আৰু ম'হকে ধৰি বিভিন্ন জীৱ আৰু পক্ষীকূল ৷ ৰাষ্ট্ৰীয় উদ্যানখনত সোমোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী কিছু শুকোৱাত বিভিন্ন স্থানত উপঙি থকা অৱস্থাত জীৱ-জন্তুৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ এনেদৰেই কাজিৰঙাত বৃদ্ধি পাব ধৰিছে বানত মৃত্যু হোৱা জীৱ-জন্তুৰ সংখ্যা ৷ বানত অৰণ্যৰ পৰা উচ্ছেদিত বাঘ, হৰিণা, হাতী, ম'হ, গড়ঁ আদিয়ে আশ্ৰয় আৰু প্ৰাণৰ তাড়নাত বৰ্তমান ঢাপলি মেলিছে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ৷

Intro:কাজিৰঙাত কমিছে পানী কিন্তু
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱ-জন্তুৰ কমা নাই দুখ-দুৰ্দশা
বন‍্য জীৱ-জন্তু উটি-ভাঁহি ফুৰিছে বন‍্যপ্ৰাণী,
উপঙিছে বন‍্য জীৱ-জন্তৰ মৃতদেহ
কলিয়াবৰত আশ্ৰয় আৰু খাদ‍্যৰ সন্ধানত হাহাকাৰ কাজিৰঙাৰ বন‍্য-প্ৰাণীৰ
হৰিণা, ম'হ, হাতী, বাঘ আদি জীৱকূল এতিয়া মহা সংকটতBody:কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানৰ পানী শুকাইছে যদিও জীৱ-জন্তুৰ দুখ-দুৰ্দশাৰ অন্ত পৰা নাই। জীৱ-জন্তুৰ মৃত‍্যুৰ সংখ‍্যা বঢ়িয়েই আছে। বহু স্থানত উপঙি থকা জীৱৰ মৃতদেহ প্ৰত‍্যক্ষ কৰা হৈছে। এতিয়া জনাঞ্চল-বনাঞ্চল চৌদিশে এতিয়া পিয়াপি দি ফুৰিছে কাজিৰঙাৰ বন‍্য-প্ৰাণীয়ে।
খাদ‍্যৰ সংকটত ভূগিছে জীৱকূল, নিৰুপায় হৈ জনাঞ্চললৈ ঢাপলি মেলিছে প্ৰাণৰ তাৰণাত।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.