ETV Bharat / state

যাত্ৰীবাহী বাছত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ - dead body recovered

বাহনখন বোকাখাটৰ পৰা গোলঘাট অভিমুখে গৈ থকা সময়তে উদ্ধাৰ কৰা হয় মৃতদেহটো ।

যাত্ৰীবাহী বাছত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ
author img

By

Published : May 14, 2019, 5:35 PM IST

গোলাঘাট, ১৪ মে': গোলাঘাট-নুমলীগড় তিনিআলিত মঙলবাৰে এখন যাত্ৰীবাহী চিটি ৰাইড গাড়ীত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হয় এজন অচিনাক্ত যুৱকৰ মৃতদেহ । AS-05-B -9257 নম্বৰৰ বাহনখনৰ পিছফালৰ ছিটত উদ্ধাৰ মৃতদেহটো । মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচতে যাত্ৰীসকলোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

যাত্ৰীবাহী বাছত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

বাহনখন বোকাখাটৰ পৰা গোলঘাট অভিমুখে গৈ থকা সময়তে উদ্ধাৰ কৰা হয় মৃতদেহটো । বোকাঘাটৰ পৰা বাহনখনত যাত্ৰা আৰম্ভ কৰিছিল মৃত যুৱকজনে ।

আনহাতে, কি কাৰণত , কেনেকৈ যুৱকজনৰ মৃত্যু হয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও স্বাস্থ্যজনীত কাৰণত মৃত্যু হোৱা বুলি আশংকা কৰে যাত্ৰীসকলে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

Intro:গোলাঘাট নুমলীগড় তিনি আলিত এখন যাত্ৰীবাহি চিটি ৰাইড গাড়ীত ৰহস্য জনক ভাৱে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ । AS-05-B -9257 নম্বৰৰ গাড়ীখনৰ পিছ ফালৰ ছিটত উদ্ধাৰ মৃতদেহটো । মৃতদেহটো উদ্ধাৰ হোৱাত এক হাহাকাৰ পৰিস্থিতি হয় বাছ খনত থকা যাত্ৰী সকলৰ মাজত । বৰ্তমানে কোনো পৰিচয় পোৱা নাই যুৱক জনৰ । গাড়ীখন বোকাখাট ৰ পৰা গোলাঘাট অভিমুখে আহিছিল । যুৱক জন বোকাঘাটত উঠিছিল বাছ খনত । কি কাৰণত ,কেনেকৈ মৃত্যু হল যুৱক জনৰ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও স্বাস্থ্য জনীত কাৰণৰ বাবে মৃত্যু হোৱা বুলি আশংকা কৰে ৰাইজে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।Body:bytes: স্থানীয় ব্যক্তি Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.