ETV Bharat / state

পায়নিয়াৰ ফাউণ্ডেচনৰ ব্যতিক্ৰমী প্ৰচেষ্টা

গোলাঘাট জিলাৰ এক আৱাসিক শিক্ষানুষ্ঠানত সৰ্বশিক্ষা মিছনৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনে দুখীয়া পৰিয়ালৰ কন্যা শিশুক প্ৰদান কৰে শিক্ষা । দুগৰাকী সুদক্ষ প্ৰশিক্ষকে তিনি মাহ ধৰি প্ৰদান কৰা কাৰ্যসূচীৰ এই মাহত অন্ত পৰে ৷ উল্লেখ্য যে, পায়নিয়াৰ ফাউণ্ডেচনে বিগত বৰ্ষত এনেধৰণৰ কল্যানকামী কাৰ্যসূচী হাতত লৈ আহিছে ।

AN EXTRAORDINARY INITIATIVE BY PIONEER FOUNDATION
author img

By

Published : Apr 29, 2019, 9:35 PM IST

গোলাঘাট, ২৯ এপ্ৰিল: গোলাঘাট জিলা সৰ্বশিক্ষা অভিযানৰ পৰিচালনাত মৰঙী ব্লকৰ অন্তৰ্গত ফুলবাৰিৰ এখন ব্যতিক্ৰমী আৱাসিক শিক্ষানুষ্ঠান । য’ত চৰকাৰী খৰছেৰেই ৬ বছৰৰ পৰা ১৪ বছৰৰ কন্যা শিশুক প্ৰদান কৰা হয় শিক্ষা । কন্যাৰ পঢ়া - শুনাৰ বাবে সামৰ্থ্য নথকা অভিভাৱকে এই বিদ্যা মন্দিৰলৈ লৈ আহে নিজ কন্যা সন্তানক । বিদ্যালয় কৰ্তৃপক্ষইও তেওঁলোকক পাঠ্য়ক্ৰমৰ জ্ঞানৰ লগতে কাৰিকৰী শিক্ষাও প্ৰদান কৰে ৷

AN EXTRAORDINARY SCHOOL FROM GOLAGHAT

চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে সৰ্বশিক্ষা মিছনৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনে ছাত্রী সকলকৰ মাজত পুতলা তৈয়াৰী, কাটিং, এম্ব্ৰইডাৰী, ৰন্ধন প্ৰণালীৰ প্ৰশিক্ষণ দি আহিছে ৷ দুগৰাকী সুদক্ষ প্ৰশিক্ষকে তিনি মাহ ধৰি প্ৰদান কৰি অহা এই কাৰ্যসূচী চলিত মাহত অন্ত পৰে ৷ প্ৰশিক্ষণৰ সামৰণিৰ দিনা সংগঠনটোৰ কৰ্মকৰ্তাসকলৰ লগতে গোলাঘাটৰ কেইবাজনো ব্যৱসায়ী উপস্থিত থাকে । উপস্থিত ব্যৱসায়ীসকলে কণমানি শিশুসকলৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ লগতে গোলাঘাট শৰ্মা বুকষ্ট'লে যোগান ধৰে টিংকল, সঁফুৰা, মৌচাক আৰু সাধু কিতাপ ৷ উল্লেখ্য যে, পায়নিয়াৰ ফাউণ্ডেচনে বিগত বৰ্ষত এনেধৰণৰ কল্যানকামী কাৰ্যসূচী হাতত লৈ আহিছে ।

ETV BHARAT

Intro:গোলাঘাট জিলা সৰ্বশিক্ষা অভিযানৰ পৰিচালনাত মৰঙী ব্লকৰ অন্তৰ্গত ফুলবাৰিত স্থাপন কৰা এইখন বিদ্যালয়ত চৰকাৰী খৰছত বিদ্যালয় খনতেই ৰাখি শিক্ষা দিয়া হয় ৮ বছৰৰ পৰা ১৪ বছৰৰ কন্যা শিশুক। কন্যাৰ পঢ়া শুনা কৰোৱাৰ সামৰ্থ্য নোহোৱা অভিভাৱকে এই বিদ্যা মন্দিৰলৈ লৈ আহে কনমানি জীয়েকক আৰু বিদ্যালয় কৰ্তৃপক্ষই এওঁলোকক পাঠ্যক্ৰমৰ জ্ঞানৰ লগতে কাৰিকৰী শিক্ষাও প্ৰদান কৰে ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহ লৈকে সৰ্বশিক্ষা মিছনৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনে ছাত্রী সকলকৰ মাজত পুতলা তৈয়াৰী , কাটিং , এম্ব্ৰডেইৰী, ৰন্ধন প্ৰণালীৰ প্ৰশিক্ষণ দিয়ে ৷ দুগৰাকী সুদক্ষ প্ৰশিক্ষকে তিনি মাহ ধৰি প্ৰদান কৰা এই কাৰ্যসূচী অন্ত পৰে ৷ প্ৰশিক্ষণ সামৰণি দিনা সংগঠনটোৰ কৰ্মকৰ্তা সকলৰ লগতে গোলাঘাটৰ কেইজনমান ব্যৱসায়ী উপস্থিত থাকে। উপস্থিত ব্যৱসায়ী সকলে কণমানি শিশু সকলৰ বাবে খাদ্য প্ৰস্তুত কৰি শিশু সকলক খুৱায় । আৰু লগত গোলাঘাটৰ শৰ্মা বুকষ্ট'ল য়ে যোগান ধৰা টিংকল ,সফুৰা ,মৌচাক, আলোচনী আৰু সা্ধু কিতাপ শিশু সকলৰ মাজত বিতৰণ কৰে ৷ উল্লেখ্য যে পায়নিয়াৰ ফাউণ্ডেচনে বিগত বৰ্ষত এনেধৰণৰ সমাজৰ কল্যানকামী অনুৰোপ কাৰ্যসূচী হাতত লৈ আহিছে।Body:byte 1: সভাপতি ( পায়নিয়াৰ ফাউণ্ডেশ্যনৰ)
Byte 2: বিষয়ববীয়া (পায়নিয়াৰ ফাউণ্ডেশ্যনৰ)Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.