ETV Bharat / state

গোলাঘাটৰ নুমলীগড়ত জীৱজন্তুৰ সৈতে মচগুল কৃষিমন্ত্ৰী অতুল বৰা - কপিকুল

ঐতিহাসিক শিৱ মন্দিৰ বাবা থানত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত মন্ত্ৰীগৰাকী মচগুল হ'ল কপিকুলৰ প্ৰেমত ৷

Agriculture Minister Atul Bara with animals at Golaghat's Numligarh
গোলাঘাটৰ নুমলীগড়ত জীৱজন্তুৰ সৈতে মচগুল কৃষিমন্ত্ৰী অতুল বৰা
author img

By

Published : Oct 5, 2020, 8:52 PM IST

Updated : Oct 5, 2020, 9:41 PM IST

গোলাঘাট, 5 অক্টোবৰঃ সোমবাৰে গোলাঘাটৰ নুমলীগড়ত কৃষি মন্ত্ৰী অতুল বৰাক দেখা পোৱা গ'ল এক অনন্য ৰূপত ৷ ঐতিহাসিক শিৱ মন্দিৰ বাবা থানত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত মন্ত্ৰীগৰাকী মচগুল হ'ল কপিকুলৰ প্ৰেমত ৷ নিজ হাতেৰে মন্ত্ৰীগৰাকীয়ে জাক-জাক বান্দৰৰ লগতে পাৰ চৰাই, ছাগলীকো বুট আৰু কল খুৱাই বহু সময় মন্দিৰৰ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত সময় অতিবাহিত কৰে ৷

গোলাঘাটৰ নুমলীগড়ত জীৱজন্তুৰ সৈতে মচগুল কৃষিমন্ত্ৰী অতুল বৰা

উল্লেখযোগ্য যে, অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান, প্ৰতিষ্ঠানৰ সংৰক্ষণ আৰু পুনঃ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ এই আঁচনিৰ দ্বাৰা নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰটো 10 লাখ টকাৰে এটা ভোগ ঘৰ (প্ৰসাদ বিতৰণ স্থলী) নিৰ্মাণ কৰা হ'ব ৷

লগতে পঢ়কঃকাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !

Last Updated : Oct 5, 2020, 9:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.