ETV Bharat / state

'কা' বিৰোধী আন্দোলনক তাচ্ছিল্য মন্ত্ৰী অতুল বৰাৰ - গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়

এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলালে কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই । 'কা' বিৰোধী আন্দোলনক তুচ্ছ-তাচ্ছিল্য কৰিলে মন্ত্ৰী অতুল বৰাই ৷ 'কা' বিৰোধী আন্দোলনক পোন্ধৰ দিনীয়া আন্দোলন আখ্যা দিলে মন্ত্ৰীগৰাকীয়ে ৷ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ মুকলি কৰি এই মন্তব্য কৰে কৃষি মন্ত্ৰীগৰাকীয়ে ৷

minister atul borah comment on Caa
মন্ত্ৰী অতুল বৰা
author img

By

Published : Feb 19, 2020, 8:59 PM IST

গোলাঘাট,19 ফেব্ৰুৱাৰীঃ গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ দ্বাৰা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ উদ্বোধন ৷ এই উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি 'কা' বিৰোধী আন্দোলন সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে কৃষি মন্ত্ৰীগৰাকীয়ে ৷ এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলালে অগপৰ সভাপতিগৰাকীয়ে ৷ 'কা' বিৰোধী আন্দোলনক তুচ্ছ-তাচ্ছিল্য কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ 'কা' বিৰোধী আন্দোলনক ১৫ দিনীয়া আন্দোলন আখ্যা দিলে মন্ত্ৰী অতুল বৰাই ৷ ৰাজনৈতিক দলক দোকানৰ লগত তুলনা কৰি তেওঁ কয়, মন্ত্ৰী অতুল বৰাই যিদৰে অধিক দোকানৰ পৰা পুৰণা ব্যৱসায়ী প্ৰতিষ্ঠানৰ লাভ বেছি হয়, সেইদৰে নতুন আঞ্চলিক দলৰ জন্মই অগপক লাভাণ্বিত কৰে বুলি ব্যক্ত কৰে । লগতে অগপক আঞ্চলিক ৰাজনৈতিক শক্তিৰ স্তম্ভ বুলিও দোহাৰে আঞ্চলিক দলটোৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়কঃছবি ‘83’ৰ পৰা দীপিকা পাডুকনৰ প্ৰথমটো লুক শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.