ETV Bharat / state

গোলাঘাটত 20 শতাংশ বোনাচৰ দাবীত আটছাৰ প্ৰতিবাদ - গোলাঘাট

চাহ শ্ৰমিকক পূজাত 20 শতাংশ বোনাচ প্ৰদানৰ দাবীত প্ৰতিবাদ আটছাৰ ৷

গোলাঘাটত প্ৰতিবাদ আটছাৰ
author img

By

Published : Aug 28, 2019, 1:02 PM IST

গোলাঘাট, 28 আগষ্ট : গোলাঘাটত লেটেকুজান চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত বুধবাৰে পুৱা আটছাৰ নেতৃত্বত চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাগিচাৰ স্বত্বাধিকাৰীয়ে চাহ বাগিচা শ্ৰমিকৰ পূজাৰ বোনাচ 20 শতাংশ প্ৰদান নকৰাৰ ঘোষণা কৰাৰ পাচতেই বাগিছাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে শ্ৰমিকসকল । যাৰবাবে বুধবাৰে পুৱা আটছাৰ উদ্যোগত বাগিচাখনত কৰ্মৰত শ শ শ্ৰমিকে 20 শতাংশ বোনাচ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাটত প্ৰতিবাদ আটছাৰ

শ্ৰমিকসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানে কঁপাই তোলে প্ৰতিবাদস্থলী । প্ৰতিবাদৰ ফলত স্থবিৰ হৈ পৰে বাগিচাখনৰ কাম কাজ । প্ৰতিবাদকাৰীসকলে চৰকাৰ, প্ৰশাসনে আৰু বাগিচাৰ মালিক পক্ষই মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰা শ্ৰমিকসকলক বঞ্চনা কৰি অহাৰ অভিযোগো উত্থাপন কৰে । লগতে শ্ৰমিকসকলক 20 শতাংশ পূজাৰ বানচ প্ৰদান নকৰিলে আগন্তুক সময়ত ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

Intro:গোলাঘাটত চাহ বাগিচাৰ শ্ৰমিক আৰু আটছাৰ উত্তাল প্ৰতিবাদ । প্ৰতিবাদত অংশগ্ৰহণ শ শ শ্ৰমিকৰ ।
Body:চাহ শ্ৰমিক ক ২০ শতাংশ পূজাৰ বনাচ প্ৰদান নকৰাৰ ঘোষণা কৰাৰ পিছতে জাঙুৰ খাই উঠিছে চাহ বাগিচাৰ শ্ৰমিক সকল । এই দৃশ্য গোলাঘাটৰ লেটেকুজান চাহ বাগিচাৰ । আজি পুৱাৰ ৰে পৰা বাগিচা খনত আটছা ৰ উদ্যোগত 20%বনাচ প্ৰদান কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাগিচা খনৰ শ্ৰমিক সকলে । শ শ শ্ৰমিকে লেটেকুজান চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । বিভিন্ন চৰকাৰ বিৰোধী শ্ল গানে কঁপাই তোলে প্ৰতিবাদ স্থলী । প্ৰতিবাদৰ ফলত স্থবিৰ হৈ পৰিছে বাগিচা খনৰ কাম কাজ । ইফালে প্ৰতিবাদকাৰী সকলে দীর্ঘদিনে চৰকাৰ প্ৰশাসনে আৰু বাগিচাৰ মালিক পক্ষই মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰা শ্ৰমিক সকলক বঞ্চনা কৰি অহাৰ অভিযোগ আনিছে । লগতে ২০ শতাংশ পূজাৰ বনাচ প্ৰদান নকৰিলে ভয়াবহ আন্দোলনৰ কায্যসূচি হাতত লব বুলিও হুংকাৰ প্ৰদান কৰে ।Conclusion:Byte 1 ,2 : প্ৰতিবাদকাৰী
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.