ETV Bharat / state

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পুনৰ জীয়াই তুলিবলৈ সংকল্পবদ্ধ নাগৰিক সমাজ,আছু

নাগৰিক সভাৰ শেষত সিদ্ধান্ত গ্ৰহণ কৰা হয় অভিযান্ত্ৰিক মহাবিদ্যালয় খনক স্বীকৃতি লাভৰ বাবে প্ৰয়োজন হ'লে দলবলে প্ৰতিজন ব্যক্তি, প্ৰতিটো জাতীয় দল সংগঠন একত্ৰিত হৈ প্ৰতিবাদত নামিব। চৰকাৰক হেঁচা প্ৰয়োগ কৰা হ'ব মহাবিদ্যালয়খনৰ স্বীকৃতি লাভৰ বাবে, মহাবিদ্যালয়খনত থকা অসুবিধা সমূহ দূৰ কৰি, মহাবিদ্যালয়খনৰ মুখ্য স্থায়ী অধ্যাপক নিযুক্তি দিয়াৰ।

author img

By

Published : May 18, 2019, 9:18 PM IST

Golaghat engineering college

গোলাঘাট, 18 মে': গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ AICTEৰ স্বীকৃতি গৃহীত কৰাৰ বাবে শনিবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই আয়োজন কৰে এক নাগৰিক সভাৰ। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত জিলাখনৰ বহু জ্যেষ্ঠ নাগৰিক তথা জাতীয় দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। উক্ত সভাত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিশিষ্ট ব্যক্তিসকলৰ লগত উপস্থিত থকা নাগৰিকসকলে অলপতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে স্বীকৃতি লাভ নকৰা বিষয়ৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পুনৰ জীয়াই তুলিবলৈ সংকল্পবদ্ধ সাধাৰণ নাগৰিক তথা আছু

উল্লেখযোগ্য যে, 2011 বৰ্ষত আৰম্ভ হোৱা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় 2019 বৰ্ষত। শ্ৰেণী আৰম্ভণীৰ সাত মাহৰ পাচতে অৰ্থাৎ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অভিযান্ত্ৰিক মহাবিদ্যালয়খন। মহাবিদ্যালয়খনে তেতিয়াৰ পৰাই গোলাঘাট জিলাৰ লগতে সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু হঠাৎ অভিযান্ত্ৰিক মহাবিদ্যালয়ে খনে স্বীকৃতি লাভ নকৰাৰ বাতৰিয়ে অন্ধকাৰ নমাই আনে বিদ্যালয়খনত অধ্যয়নৰত 92 গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ। গোলাঘাটৰে নহয় অসমৰ সম্পদ অভিযান্ত্ৰিক মহাবিদ্যালয়খন পুনৰ জীয়াই তুলিবলৈ সংকল্পবদ্ধ হয় নাগৰিক সভাত উপস্থিত প্ৰতিজন লোক। নাগৰিক সভাৰ শেষত সিদ্ধান্ত গ্ৰহণ কৰা হয় অভিযান্ত্ৰিক মহাবিদ্যালয় খনক স্বীকৃতি লাভৰ বাবে প্ৰয়োজন হ'লে দলবলে প্ৰতিজন ব্যক্তি, প্ৰতিটো জাতীয় দল সংগঠন একত্ৰিত হৈ প্ৰতিবাদত নামিব। চৰকাৰক হেঁচা প্ৰয়োগ কৰা হ'ব মহাবিদ্যালয়খনৰ স্বীকৃতি লাভৰ বাবে, মহাবিদ্যালয়খনত থকা অসুবিধা সমূহ দূৰ কৰি,মহাবিদ্যালয়খনৰ মুখ্য স্থায়ী অধ্যাপক নিযুক্তি দিয়াৰ। নাগৰিক সভাতে গোলাঘাট জিলাৰ পুলিবৰত অৱস্থিত পুলিবৰ গাৰ্লছ পলিটেকনিক আৰু ফৰকাটিঙত থকা ফৰকাটিং পলিটেকনিকৰ অৱস্থা প্ৰায় একেই বুলি অভিযোগ তোলে নাগৰিক সকলে।

Golaghat 18.05.2019
slug : as_aasu nagarik sabha_vis_byte_7205572
O.C. : গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ AICTE স্বীকৃতি গৃহীত কৰাৰ বাবে আজি গোলাঘাট জিলা ছাত্ৰ সন্থায়ে আয়োজন কৰে এক নাগৰিক সভাৰ। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত জিলাখনৰ বহু জ্যেষ্ঠ নাগৰিক তথা জাতীয় দল সংগঠনৰ বিষয় ববীয়া উপস্থিত থাকে। উক্ত সভাত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিশিষ্ট ব্যক্তি সকলৰ লগত উপস্থিত থকা নাগৰিক সকলে অলপতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে স্বীকৃতি লাভ নকৰা বিষয়ৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখযোগ্য যে ২০১১ বৰ্ষত আৰম্ভ হোৱা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় ২০১৯ বৰ্ষত। শ্ৰেণী আৰম্ভণিৰ সাত মাহৰ পিছত অৰ্থাৎ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অভিযান্ত্ৰিক মহাবিদ্যালয়খন। মহাবিদ্যালয়খনে তেতিয়াৰ পৰাই গোলাঘাট জিলাৰ লগতে সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে আশাৰ ৰেঙনী সঞ্চাৰ কৰিছিল। কিন্তু হঠাৎ অভিযান্ত্ৰিক মহাবিদ্যালয়ে খনে স্বীকৃতি লাভ নকৰাৰ বাতৰিয়ে অন্ধকাৰ নমাই আনে তাত অধ্যয়নৰত ৯২ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু বহু আশাৰ ৰেঙনী যোগুৱা মহাবিদ্যালয় খন। গোলাঘাটৰে নহয় অসমৰ সম্পদ অভিযান্ত্ৰিক মহাবিদ্যালয়খন পুনৰ জীয়াই তুলিবলৈ সংকল্পবদ্ধ হৈছে নাগৰিক সভাত উপস্থিত প্ৰতিজনে। নাগৰিক সভাৰ শেষত সিদ্ধান্ত গ্ৰহণ কৰা হয় অভিযান্ত্ৰিক মহাবিদ্যালয় খনক স্বীকৃতি লাভৰ বাবে প্ৰয়োজন হ'লে দলবলে প্ৰতিজন ব্যক্তি, প্ৰতিটো জাতীয় দল সংগঠন একত্ৰিত হৈ প্ৰতিবাদত নামিব। চৰকাৰক হেঁচা প্ৰয়োগ কৰা হ'ব মহাবিদ্যালয়খনৰ স্বীকৃতি লাভৰ বাবে, মহাবিদ্যালয় খনত  থকা অসুবিধা সমূহ দূৰ কৰি, মহাবিদ্যালয় খনৰ মুখ্য স্থায়ী অধ্যপক নিযুক্তি দিয়াৰ। নাগৰিক সভাতে গোলাঘাট জিলাৰ পুলিবৰত অৱস্থিত পুলিবৰ গাৰ্লছ পলিটেকনিক আৰু ফৰকাটিঙত থকা ফৰকাটিং পলিটেকনিকৰ অৱস্থা প্ৰায় একেই বুলি অভিযোগ তোলে নাগৰিক সকলে।

Byte 1 : নেতা, আছু গোলাঘাট জিলা সমিতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.