ETV Bharat / state

হাতুৰীৰে কোবাই এজনক নৃশংসভাৱে হত্যা !

সুৰাপানৰ ফলত বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হোৱাৰ খবৰ প্ৰায়েই পোৱা যায় ৷ গোলাঘাটতো সুৰাৰ বাবে বিহুৰ নিশাই সংঘটিত হ'ল এটা নৃশংস হত্যাকাণ্ড ৷

author img

By

Published : Apr 14, 2020, 12:38 PM IST

a person brutally killed
a person brutally killed

গোলাঘাট, 14 এপ্ৰিল : গোলাঘাটৰ বাদুলিপাৰত গৰুবিহুৰ নিশা হত্যাকাণ্ড। বিৰেন্দ্ৰ শইকীয়া নামৰ লোকজনক মুখমণ্ডলত হাতুৰীৰে প্ৰহাৰ কৰি নৃশংসভাৱে হত্যা । ব্যক্তি জনৰ ঘৰ ৰঙামাটি চেউনী গাঁৱত। মনিৰাম ঘাটোৱাৰ নামৰ এজন লোকে হাতুৰীৰে প্ৰহাৰ কৰি হত্যা কৰিছিল বীৰেন্দ্ৰ শইকীয়াক। সুৰাপান কৰি থকাৰ মাজতে সৃষ্টি হোৱা কণ্ডলৰ পৰিণতিতেই সংঘটিত হয় এই ঘটনা ৷

হাতুৰীৰে কোবাই এজনক নৃশংসভাৱে হত্যা

এই হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে চেউনী গাঁৱত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মণিৰাম ঘাটোৱাৰৰ লগতে বসন্ত ঘাটোৱাৰ আৰু চমাৰো ভূঞাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : চৰকাৰী নিৰ্দেশনা অমান্য : মছজিদত লুকুৱাই ৰাখিলে 12 জন জামাতীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.