ETV Bharat / state

অসম নাগালেণ্ড সীমান্তত অস্ত্ৰসহ আটক 6 যুৱক

আটক হোৱা যুৱককেইজন নগা উগ্ৰপন্থী দলৰ সদস্য বুলি সন্দেহ আৰক্ষীৰ ৷

অসম নগালেণ্ড সীমান্তত অস্ত্ৰসহ আটক 6 যুৱক
author img

By

Published : Apr 20, 2019, 10:00 PM IST

সৰুপথাৰ, 20 এপ্ৰিল: অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ 6 জন যুৱক ৷ শুকুৰবাৰে নিশা আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় যুৱককেইজন ৷

অসম নগালেণ্ড সীমান্তত অস্ত্ৰসহ আটক 6 যুৱক

অসম নাগালেণ্ড সীমান্তত কুটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে মাৰণাস্ত্ৰ সৰবৰাহ কৰিছিল যুৱকৰ দলটোৱে ৷ যুৱককেইজনৰ পৰা আৰক্ষীয়ে এটা একে চিৰিজৰ ৰাইফল, ২৯ ৰাউণ্ড সক্ৰিয় গুলী, মেগজিন, ৫ টা মোবাইলৰ লগতে দুখন অট' গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱককেইজন ক্ৰমে খয়াক কন্যাক, চাটাম কন্যাক, কাইমাং উঙ, অ'টু ছুমী, আস্কাৰ আলি আৰু তেজবাহাদুৰ ছেত্ৰী ৷ যুৱককেইজনৰ এজন এন এচ চি এন (খাপলাং) গোটৰ সদস্য বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আটক হোৱা যুৱককেইজন নগা উগ্ৰপন্থী দলৰ সদস্য বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

Intro:যোৱা নিশা অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত অস্ত্ৰ মাৰনাস্তসহ ৬ জন দুৰ্বৃত্তক কৰায়ত্ব কৰে | Body:ধৃত দুৰ্বৃত্ব কেইটাৰ হল ক্ৰমে. খয়াক কন্যাক, চাটাম কন্যাক, কাইমাং উঙ, অ'টু ছুমী অন্যহাতে অট ড্ৰাইভাৰ দুজন হ'ল আস্কাৰ আলি আৰু তেজবাহাদুৰ ছেত্ৰী .। তেওঁলোকৰ জিম্মাৰ পৰা এটা একে চিৰিজৰ ৰাইফল,২৯ ৰাউণ্ড সক্ৰিয় গুলী,মেগজিন,৫টা ম'বাইলফোন আৰু দুখন অট' গাড়ী জব্দ কৰিছে | ধৃত ৪ গৰাকী নগা উগ্ৰপন্হী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা হৈছে । Conclusion:BYTE :- POLICE
BYTE :- দুৰ্বৃত্ত
BYTE :- দুৰ্বৃত্ত

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.