ETV Bharat / state

গোলাঘাটত জব্দ তিনিখন সুৰা ভাৰ্তি ট্ৰাক - গোলাঘাট

গোলাঘাটৰ আবকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত চলা এক অভিযানত নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙী অঞ্চলৰ পৰা জব্দ কৰে তিনিখন কৈ অবৈধ সুৰা ভৰ্তি ট্ৰাক। অৰুণাচলৰ পৰা খটখটি লৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগে ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয় ৷

গোলাঘাটত তিনিখন ট্ৰাক চালক সহ 50 লাখ টকাৰ অবৈধ সুৰা জব্দ
author img

By

Published : Nov 22, 2019, 12:24 PM IST

গোলাঘাট, 22 নৱেম্বৰঃ গোলাঘাটত ট্ৰাক সহ জব্দ 50 লাখ টকাৰ সুৰা ৷ আবকাৰী বিভাগে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে সুৰা কঢ়িয়াই অনা ট্ৰাক কেইখন ৷

গোলাঘাটত তিনিখন ট্ৰাক চালক সহ 50 লাখ টকাৰ অবৈধ সুৰা জব্দ

গোলাঘাটত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰীৰ অভিযান ৷ গোলাঘাটৰ আবকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত চলা এক অভিযানত নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙী অঞ্চলৰ পৰা জব্দ কৰে তিনিখন অবৈধ সুৰা ভৰ্তি ট্ৰাক। জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ হৈছে UP 23D - 4827 , UP21CN-- 5626 আৰু UP21BN-- 9405 । উল্লেখ্য যে, অৰুণাচলৰ পৰা খটখটি লৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগে ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয় ৷ তিনিখন ট্ৰাকত মুঠ 4800 কাৰ্টুন সুৰা কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে ৷ জব্ধ কৰা সুৰাখিনিৰ আনুমানিক মূল্য প্ৰায় 50 লাখ টকা। ইতিমধ্যে তিনিজনক চালকক আটক কৰি উক্ত ঘটনাটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আবকাৰী বিভাগে ৷

Intro:Body:গোলাঘাটত জব্দ 50 লাখ টকাৰ সুৰা। ভাৰতীয় সেনাৰ নামত অব্যাহত আছে সুৰাৰ এই ৰমৰমীয়া ব্যৱসায়। আৱকাৰী আৰু আৰক্ষীয়ে সুৰাৰ গাড়ী জব্দ কৰিলেই আহি যায় সেনাক যোগান ধৰাৰ তথ্য পাতি। তিনিখন ট্ৰাকত খটখটি লৈ আনিছিল সুৰাখিনি। গোলাঘাটৰ আৱকাৰী বিভাগে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই মৰঙ্গী অঞ্চলৰ পৰা জব্দ কৰে সুৰাৰ ট্ৰাক কেইখন। জব্দ কৰা ট্ৰাক কেইখনৰ পঞ্জীয়ন নম্বৰ হৈছে UP23D-- 4827 , UP21CN-- 5626 , UP21BN-- 9405 । উল্লেখ্য যে অৰুণাচলৰ পৰা অবৈধ ভাৱে সুৰা সমুহ ট্ৰাকেৰে আনিছিল খটখটি লৈ। এখন ট্ৰাকত 1600 সুৰাৰ কাৰ্টোন আছে। তিনিখন ট্ৰাকত মুঠ 4800 কাৰ্টুন সুৰা আছে। আৰু ইয়াৰ মূল্য 50 লাখ টকা। গোলাঘাটৰ আৱকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান। পুণৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল আৰম্ভ হ'ল অৰুণাচলী সুৰাৰ ৰমৰমীয়া অবৈধ ব্যৱসায়।Conclusion:Byte 1: হেণ্ডীমেন।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.