ETV Bharat / state

গোলাঘাটত পুনৰ ১৪ জনকৈ লোকৰ COVID-১৯+

সৰুপথাৰ কলেজ আৰু উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত COVID-19+ত আক্ৰান্ত ১৪ জনকৈ লোক ৷ ইতিমধ্যে আক্ৰান্ত লোককেইজনক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ।

ETV BHARAT
গোলাঘাটত পুনৰ ১৪ জনকৈ লোকৰ COVID-১৯ +
author img

By

Published : May 27, 2020, 9:02 PM IST

গোলাঘাট, 27 মেঃ গোলাঘাট জিলাত পুনৰ ১৪ জনকৈ লোকৰ COVID-১৯ +ত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত লোক কেইজন সৰুপথাৰ কলেজ আৰু উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত কোৱাৰেন্টাইন হৈ আছিল বুলি জানিবলৈ পোৱা গৈছে ৷

গোলাঘাটত পুনৰ ১৪ জনকৈ লোকৰ COVID-১৯ +

গোলাঘাট জিলাৰ সৰুপথাৰ কলেজ আৰু উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত COVID-19+ত আক্ৰান্ত ১৪ জনকৈ লোক চিনাক্ত হৈছে । ইয়াৰে সৰুপথাৰ কলেজৰ কুৱাৰেণ্টাইন চেণ্টাৰত থকা ১১ জন আৰু উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ৰ ৩ জন লোকৰ শৰীৰত ধৰা পৰিছে মহামাৰী কৰ'ণা ভাইৰাছ । আক্ৰান্ত লোক কেইজনৰ ভিতৰত ১২ জন পুৰুষ আৰু দুগৰাকী মহিলা । তেওঁলোকে শ্ৰমিক ৰে'লযোগে চেন্নাই,মুম্বাই,টেলেংগানা আদিৰ পৰা নিজা গৃহভূমিলৈ ওভতি আহিছিল । ইতিমধ্যে আক্ৰান্ত লোককেইজনক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ।সৰুপথাৰ কলেজৰ কুৱাৰেন্টাই চেন্টাৰৰ ১১ গৰাকী হৈছে ক্ৰমে বিতু দাস(২৫),জিতেন বৰুৱা(২০),নিৰঞ্জন বড়ি(৪১),আকাশ বড়ি(২৪),গৌতম শইকীয়া(২৪),লক্ষীৰাম শইকীয়া(৪১),জান বড়ো(২২),টিপেশ্বৰ বৰা(৩৯),ৰমেশ ৰেগন(৩৫)গোবিন ৰাভা(২৬),ললিত লামা(২২) | উৰিয়ামঘাট আদৰ্শ চিকিত্সালয়ত ৩ গৰাকী হৈছে এগৰাকী পুৰুষ ধনঞ্জয় দাস মহিলা ক্ৰমে ,দুলু দাস আৰু জাচিন্তা চৱৰ | 14 জনকৈ লোকৰ কৰণা পজিটিভ ওলোৱাত ইতিমধ্যে তীব্ৰ কৰণাতাংকৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷

লগতে পঢ়ক-গুৱাহাটীত বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.