ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 1 PM

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Apr 17, 2022, 1:00 PM IST

অভিশপ্ত শনিবাৰ : বিহুদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 5 গৰাকীৰ মৃত্যু

গহপুৰত বিহুদলৰ বাহন দুৰ্ঘটনা(Road accident at Gohpur) ত পতিত ৷ থিতাতে নিহত দলটোৰ পাঁচগৰাকীকৈ সদস্য(Five persons of a Bihu team died in a road accident) ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বাহনখনে তীব্ৰবেগত আহি আছিল ৷ যাৰ ফলত এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ ৷

Rangali Bihu 2022 : মুদৈজান ভৰলুৱা গাঁৱত উদযাপন তাঁত বিহু

আজি 3 ব’হাগ অৰ্থাৎ তাঁত বিহু ৷ তাঁত বুলিলে অসমীয়া গ্ৰামাঞ্চলৰ এক বিশেষ ছবি মনলৈ আহে ৷ সমগ্ৰ ৰাজ্যবাসীয়ে ব’হাগৰ তৃতীয় দিনটো তাঁত বিহু হিচাপে উদযাপন কৰে ৷ সাত বিহুৰ পৰম্পৰা ৰক্ষা(Rangali Bihu 2022) কৰি টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱৰ একাংশ শিপিনী গোট খাই উদযাপন(Tat Bihu celebrations at Teok) কৰিছে চেনেহৰ এই বিহুটি ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে এই বিহুৰ তাৎপৰ্য অধিক ৷

উত্তৰ পূৱত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা

পৰৱৰ্তী দুদিনৰ বাবে উত্তৰ-পূৱত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা(Rains likely to continue in North East) ৷ এই সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ(IMD predicts rainfall in North East)ই ৷

দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰালৈ আহিব বিজেপিৰ সভাপতি জে পি নাড্ডা

ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভাৰ উপ-নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰালৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP President JP Nadda to visit Tripura)। দলীয় কৰ্মীক সম্বোধন কৰাৰ লগতে দলীয় নেতা-কৰ্মীৰে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব নাড্ডা । সূত্ৰৰ মতে চলিত মাহতে ত্ৰিপুৰালৈ আহিব সভাপতিগৰাকী ।

Road accident in Goalpara : ডেকধোৱাত পথ দুৰ্ঘটনাত নিহত দুজন

বিহুৰ মাজতে ৰাজ্য়ৰ কেইবাটাও স্থানত পথ দুৰ্ঘটনা সংঘটিত ৷ গোৱালপাৰাৰ ডেকখোৱাত সংঘটিত পথ দুৰ্ঘটনা(Road accident in Goalpara) ত প্ৰাণ হেৰুৱালে দুজনকৈ ব্যক্তি(Two persons died in a road accident) য়ে ৷ নিহতৰ ভিতৰত এগৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷ বলেৰ’ পিক আপ ভান আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷

গোৰেশ্বৰত শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই উৎসৱ পালন

পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে শৰণীয়া কছাৰীসকলে পালন কৰিলে বাঁহ গোসাঁই উৎসৱ (Bah Gosai festival celebration)। এই উৎসৱক লৈ গোৰেশ্বৰত দেখা গ'ল উৎসাহ । ঘৰে ঘৰে বাঁহ গোসাঁই লৈ যোৱাৰ সমান্তৰালকৈ গৃহস্থই ল'লে সেৱা ।

যোৰহাট পালেহি জম্মুত আৱদ্ধ হৈ থকা সৰুমাই

জম্মুত উদ্ধাৰ অসমৰ ৬০ৰ উৰ্ধৰ মহিলা (Assam old woman rescued from Jammu) । সামাজিক মাধ্যমত মহিলাগৰাকীৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে । অসম আৰক্ষীৰ এটা দল জম্মুত উপস্থিত হৈ উদ্ধাৰ কৰে সৰুমাই নামৰ মহিলাগৰাকীক । সম্প্ৰতি যোৰহাটৰ এটা আশ্ৰয় গৃহত আছে সৰুমাই ।

বিবাহপাশত আৱদ্ধ হ’ল ৰামোজী ৰাওৰ নাতিনী ব্ৰিহাতি

পৰম্পৰাগত স্থাপত্য শৈলী, উজ্জ্বল পোহৰ আৰু ফুলৰ সজ্জাৰে সুন্দৰভাৱে মঞ্চ আৰু বৈদিক স্তোত্ৰৰ উচ্চাৰণৰ মাজত নতুন জীৱনৰ পাতনি মেলিলে ৰামোজী ৰাওৰ নাতিনী ব্ৰিহাতিয়ে ৷ ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামজী ৰাওৰ নাতিনীয়েকৰ এই বিয়াখন এতিয়া দেশজুৰি চৰ্চিত হৈছে (Ramoji Rao's granddaughter getting married ) ৷

নাৰেংগীত প্ৰাগজ্যোতিষপুৰ ব’হাগী উৎসৱ সমিতিৰ মুকলি বিহু

ৰঙালীৰ ৰং আনন্দত মতলীয়া সমগ্ৰ ৰাজ্য । সৰ্বত্ৰে এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ পাৰভঙা উছাহ । সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে মুকলি বিহু(Bohagi Utsav 2022) । মহানগৰীৰ নাৰেংগীত প্ৰাগজ্যোতিষপুৰ ব’হাগী উৎসৱ সমিতিৰ উদ্যোগত শনিবাৰে অৰ্থাৎ ব’হাগ বিহুৰ দ্বিতীয় দিনা অনুষ্ঠিত কৰা হয় মুকলি বিহু(Pragjyotishpur Bohagi Utsav Samiti Organised an mukoli Bihu ) ।

যান-বাহন আইন উলংঘা কৰি মন্ত্রী অতুল বৰাৰ বাইক ৰেলী

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰৰ (GMC election campaign) নামত মন্ত্রীয়ে উলংঘা কৰিলে আইন। জালুকবাৰীত ১ নং ৱাৰ্ডৰ প্ৰাৰ্থীৰ সমৰ্থনত বাহিৰ কৰা বাইক ৰেলীত ডিঙিত গামোচা লৈ হেলমেট অবিহনে বুলেট চলালে মন্ত্রী অতুল বৰাই (Minister Atul Bara)। মন্ত্ৰীৰ নেতৃত্বত বাহিৰ হোৱা বাইক ৰেলীত প্ৰায় সকলোৱেই ভংগ কৰিলে যান-বাহন আইন।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.