গোৱালপাৰা, 31 আগষ্টঃ আজি প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা ৷ গোৱালপাৰা জিলাৰ এন আৰ চি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷ বতৰৰ বিঘিনিৰ বাবেই এন আৰ চি কেন্দ্ৰ সমূহত নাই ৰাইজৰ সমাগম। যদিও প্ৰশাসনে এন আৰ চি কেন্দ্ৰ সমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷
গোৱালপাৰা এন আৰ চি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশ - গোৱালপাৰা
বতৰ বিঘিনিৰ বাবেই এন আৰ চি কেন্দ্ৰ সমূহত নাই ৰাইজৰ সমাগম।
![গোৱালপাৰা এন আৰ চি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4296337-thumbnail-3x2-dnsm1.jpg?imwidth=3840)
এনআৰচি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশ
গোৱালপাৰা, 31 আগষ্টঃ আজি প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা ৷ গোৱালপাৰা জিলাৰ এন আৰ চি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷ বতৰৰ বিঘিনিৰ বাবেই এন আৰ চি কেন্দ্ৰ সমূহত নাই ৰাইজৰ সমাগম। যদিও প্ৰশাসনে এন আৰ চি কেন্দ্ৰ সমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷
এনআৰচি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশ
এনআৰচি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশ
গোৱালপাৰা এনআৰচি কেন্দ্ৰ সমূহত নিমাওমাও পৰিবেশ।বতৰ বিঘিনিৰ বাবেই ৰাইজৰ নাই সমাগম। নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে প্ৰশাসনে।