বকো, 19 অক্টোবৰ : গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কেবাটাও স্থানত বন বিভাগে চলায় অভিযান ৷ অভিযানত বন বিভাগৰ দলে জব্দ কৰিবলৈ সক্ষম হয় অবৈধভাৱে গছৰ কুণ্ডা কঢ়িওৱা বাহনৰ লগতে উৎখাত কৰে দুটাকৈ অবৈধ কাঠফলা মিল।
![rangjuli-forest-dept-seized-swa-mills](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9231644_boko2.jpg)
ৰংজুলি বন বিভাগে জব্দ কৰা এই মিল দুটাৰ লগতে কাঠৰ কুণ্ডা সহ জব্দ কৰা নম্বৰ প্লেটবিহীন এখন টাটা ডি আই এখন ধূপধৰাস্থিত বন বিভাগৰ কাঠ ভড়ালত মজুত কৰি ৰাখিছে ।
লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা