ETV Bharat / state

মনিষা বাল্মিকীৰ ন্যায়ৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

author img

By

Published : Oct 3, 2020, 9:43 PM IST

গোৱালপাৰা পৌৰ সভাৰ চাফাই কৰ্মী সকলে ধৰ্ষিতা মনিষা বাল্মিকীৰ ন্যায়ৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ । ইপিনে চাফাই কৰ্মী সকলে মনিষা বাল্মিকীৰ হত্যা কাৰীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰক, দলিত বিৰোধী চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ।

গোৱালপাৰাত প্ৰতিবাদ
গোৱালপাৰাত প্ৰতিবাদ

গোৱালপাৰা, 3 অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাথৰসত দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা দলিত যুৱতীৰ ন্যায়ৰ দাবীত শনিবাৰে গোৱালপাৰাত চিটু (CITU ) ৰ উদ্যোগত সাব্যস্ত হয় এক প্ৰতিবাদ ৷ দলিত লোকৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবীৰে ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

গোৱালপাৰাত প্ৰতিবাদ
গোৱালপাৰাত প্ৰতিবাদ

উল্লেখ্য যে, গোৱালপাৰা পৌৰ সভাৰ চাফাই কৰ্মী সকলে ধৰ্ষিতা মনিষা বাল্মিকীৰ ন্যায়ৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ । ইপিনে চাফাই কৰ্মী সকলে মনিষা বাল্মিকীৰ হত্যা কাৰীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰক, দলিত বিৰোধী চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ।

ইফালে জাতিৰ পিতা মহাত্মা গান্ধীয়ে দলিত সম্প্ৰদায়ৰ লোকক হৰিজন বুলি নামাকৰণ কৰি সন্মান দিছিল কিন্তু নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে দলিত সকলক সমগ্ৰ ভাৰততে অমানৱীয় অত্যাচাৰ কৰিছে বুলি অভিযোগ কৰে গোৱালপাৰা চিটু (CITU) ৰ সভাপতি ননী দাসে ।

লগতে পঢ়ক : পথ দুৰ্ঘটনাত থিতাতে নিহত কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.