ETV Bharat / state

গোৱালপাৰাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

author img

By

Published : Feb 18, 2020, 9:28 PM IST

গোৱালপাৰাৰ উৰপদ বিল পৰিদৰ্শন কৰি উৰপদ বিল উন্নয়ন ৰ বাবে এক কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধন কৰে মন্ত্ৰী প্ৰমিলা ৰাণী বহ্মই ৷ মঙলবাৰে আঁচনিখন শুভ উদ্বোধন কৰাৰ বাবে উৰপদ বিলৰ চামাগুৰিত আয়োজিন কৰা হয় এক বিশাল ৰাজহুৱা সভা ৷

Pramila Rani Brahma is at Goalpara
গোৱালপাৰাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

গোৱালপাৰা, 18 ফেব্ৰুৱাৰীঃ গোৱালপাৰাত ভূমি সংৰক্ষণ আৰু সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ জিলাখনৰ উৰপদ বিল পৰিদৰ্শন কৰি উৰপদ বিল উন্নয়নৰ বাবে এক কোটি টকীয়া আঁচনি উদ্বোধন কৰে মন্ত্ৰী প্ৰমিলা ৰাণী বহ্মই ৷ ৰাজ্যৰ ভূমি সংৰক্ষণ বিভাগৰ দক্ষিণ সংমণ্ডলৰ দ্বাৰা এই আঁচনিখন ৰূপায়ন কৰা হ'ব বুলি উল্লেখ কৰে সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে ৷

গোৱালপাৰাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

উল্লেখ্য যে, মঙলবাৰে আঁচনিখন উদ্বোধন কৰাৰ বাবে উৰপদ বিলৰ চামাগুৰিত আয়োজিন কৰা হয় এক বিশাল ৰাজহুৱা সভা ৷ উক্ত সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ উপৰিও অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলম, জিলা উপায়ুক্ত বৰ্ণালী ডেকা, ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালককে ধৰি একাধিক বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক-ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ দুখ আঁতৰিল ছয়গাঁৱৰ ককা-আইতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.