ETV Bharat / state

বিষাক্ত সুৰাপানৰ ফলত অব্যাহত মৃত্যুযাত্ৰা - ইটিভি অসম

শনিবাৰে নিশা চুলাই মদ পান কৰিছিল পাপু বাকতি নামৰ যুৱকজনে

etv bharat
author img

By

Published : Feb 24, 2019, 10:10 PM IST

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু যোৰহাটৰ লহপিয়া বাগানৰ যুৱকৰ। শনিবাৰে নিশা চুলাই মদ সেৱন কৰিছিল পাপু বাকতি নামৰ যুৱকজনে।

liquor

দেওবাৰে পুৱাৰ ভাগত যুৱকজনক অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে যোৰহাট চিকিতসা মহাবিদ্যালয়লৈ আনিছিল যদিও আদবাটতে মৃত্যু ঘটে দুৰ্ভগীয়া যুৱকজনৰ।

বিষাক্ত সুৰাৰ সেৱন ফলত মৃত্যু যোৰহাট লহপহিয়া বাগানৰ যূৱক।পাপু বাকতি নামৰ লোক জনে যোৱা নিশা সুৰা সেৱন কৰিছিল।আজি পূৱা ভাগত শাৰীৰিক অসুস্থ হোৱাৰ ফলত পৰিয়ালৰ লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনিছিল যদিও আদবাটত মৃত্যু হয়।

byte:ভাতৃ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মৰগত অবৰ্ণাতীত পৰিৱেশ।মৃতদেহৰ দমত পৰিণত চিকিৎসা মহাবিদ্যালয়ৰ মৰগৰ চৌহদ।১৮ টাকৈ মৃতদেহ নিবলৈ আহিল গোলাঘাট ৰ পৰা চি আৰ পি ফৰ দুখনকৈ বাহন।ইতিমধ্যে ৭১ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা।আনহাতে ১৫৮ জনক চিকিৎসাধীন অৱস্থাত আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.