ETV Bharat / state

গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে - দুৰ্গা দত্ত ৰাভা

ঠিকাদাৰৰ বিৰুদ্ধে গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ 3 কোটি 21 লক্ষাধিকৰো অধিক টকা নিৰ্মাণ ব্যয় ধাৰ্য কৰা পথটোৰ প্ৰাককলন অনুসৰি কাম নকৰাৰ অভিযোগ উত্থাপন ঠিকাদাৰজনৰ বিৰুদ্ধে ৷

দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে
দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে
author img

By

Published : Feb 24, 2020, 5:51 PM IST

Updated : Feb 24, 2020, 6:41 PM IST

গোৱালপাৰা, 24 ফেব্ৰুৱাৰীঃ গোৱালপাৰাত প্ৰধান মন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত নিৰ্মিত কামত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ ৷ গোৱালপাৰা জিলাৰ গৰকাপ্তানী বিভাগৰ অধীনস্থ মজগুৰি এল.পি স্কুলৰ পৰা আমগুৰিলৈ যোৱা পথটোৰ দায়িত্ব প্ৰদান কৰা হৈছিল ঠিকাদাৰ দুৰ্গা দত্ত ৰাভাক ৷ ১.৮২ কি:মি: জোৰা পথটোৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছিল 3 কোটি 21 লক্ষাধিকৰো অধিক টকা ৷ এতিয়া ঠিকাদাৰজনে প্ৰাককলন অনুসৰি কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বকোত অত্যাধিক মদ্যপান কৰি অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু

Last Updated : Feb 24, 2020, 6:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.