ETV Bharat / state

গোৱালপাৰাত ভূমিষ্ঠ নতুন ৰাজনৈতিক দল

author img

By

Published : Mar 2, 2021, 12:55 PM IST

গোৱালপাৰাত ভূমিষ্ঠ হ'ল এটা নতুন ৰাজনৈতিক দল । নাম অসমীয়াৰ দল । গোৱালপাৰাৰ পূৱ বিধানসভা সমষ্টিত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে নৱগঠিত ৰাজনৈতিক দলটোৱে ৷

new political party in goalpara
গোৱালপাৰাত ভূমিষ্ঠ হ'ল এটা নতুন ৰাজনৈতিক দল

গোৱালপাৰা,2 মাৰ্চ: গোৱালপাৰাত নতুনকৈ ভূমিষ্ঠ হ'ল এটা ৰাজনৈতিক দলৰ । নাম অসমীয়াৰ দল । নতুন দলটোৰ ৰাজ্যিক সভাপতি মেহবুবৰ ৰহমানে সোমবাৰে গোৱালপাৰাত জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সম্বোধন কৰে এক সংবাদমেল । সংবাদমেলযোগে দলটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সদৰী কৰে ৰহমানে ৷ ৰাইজক জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব অসমীয়াৰ দলে ৷ লগতে অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিস্পত্তি কৰাৰো অংগীকাৰ কৰে নৱগঠিত দলটোৱে ৷

উল্লেখ্য যে, ইতিমধ্যে গোৱালপাৰা পূৱ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে নৱ গঠিত ৰাজনৈতিক দল অসমীয়াৰ দলে ।

লগতে পঢ়ক: দিনটোৰ বিশেষ ৰাজনৈতিক খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.