ETV Bharat / state

ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ সংবাদমেল বিধায়কৰ

author img

By

Published : Sep 27, 2019, 10:55 PM IST

সংবাদমেলত এন এছ ইউ আইৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীক সম্বৰ্ধনা জনায় বিধায়ক আলমে । লগতে  বিধায়ক এ কে ৰাছিদ আলমে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট সুখী বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷

ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ সংবাদমেল বিধায়কৰ

গোৱালপাৰা, 27 চেপ্তেম্বৰঃ গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ নিৰ্বাচিত প্ৰাৰ্থীক লৈ সংবাদমেল স্থানীয় বিধায়কৰ ৷ গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ABVP আৰু ছাত্ৰ মুক্তিক তীক্ষ্ণ সমালোচনা গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ । সংবাদমেলত, এন এছ ইউ আইৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীক সম্বৰ্ধনা জনায় বিধায়ক আলমে । লগতে বিধায়ক এ কে ৰাছিদ আলমে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট সুখী বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে । সংবাদমেলত, ABVP হৈছে RSS ৰ এটা অংশ, RSS তথা বিজেপিক কেতিয়াও গোৱালপাৰা ছাত্ৰ সমাজ,নৱপ্ৰজন্ম তথা গোৱালপাৰাবাসী ৰাইজে গ্ৰহণ কৰি নলয় তাৰ এক উদাহৰণ গোৱালপাৰা ছাত্ৰ একতা সভাৰ নিৰ্বাচন বুলি মন্তব্য কৰে বিধায়কজনে ।

ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ সংবাদমেল বিধায়কৰ

আনহাতে, গোৱালপাৰা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ লগতে এন এছ ইউ আইৰ দখলত থাকে কেবাটাও পদ ।

Anchor :-গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ নিৰ্বাচিত প্ৰাৰ্থীক লৈ গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যলয়ত বিধায়কৰ সংবাদমেল।ABVP আৰু ছাত্ৰ মুক্তিক তীক্ষ্ণ সমালোচনা বিধায়কৰ।

V.O :- গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিৰ্বাচিত প্ৰাৰ্থীক লৈ আজি গোৱালপাৰা পূব সমিষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে সংবাদমেলৰ আয়োজন কৰে গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত।সংবাদমেলত এন এছ ইউ আইৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীক সম্বৰ্ধনা জনায় বিধায়ক আলমে।সম্বৰ্ধনা জনোৱাৰ পিছত গোৱালপাৰা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ লগতে কেইবাটাও পদত নিৰ্বাচিত হয় এন এছ ইউ আইৰ পৰা। বিধায়ক এ কে ৰাছিদ আলমে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট সুখী বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।লগতে ABVP আৰু ছাত্ৰ মুক্তিক তীব্ৰ সমালোচনা কৰাৰ লগতে ABVP হৈছে RSS ৰ এটা অংশ, RSS তথা বিজেপি ক কেতিয়াও গোৱালপাৰা ছাত্ৰ সমাজ,নৱপ্ৰজন্ম তথা গোৱালপাৰা ৰাইজে গ্ৰহণ কৰি নলয় তাৰ এক উদাহৰণ হৈছে গোৱালপাৰা ছাত্ৰ একতা সভাৰ নিৰ্বাচন।এই বুলি উল্লেখ কৰে গোৱালপাৰা পূব সমিষ্টিৰ বিধায়ক এ কে ৰাছিদ আলমে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.