ETV Bharat / state

অসম মিঞা (অসমীয়া) পৰিষদৰ দশম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় খিলঞ্জীয়া অভিৱৰ্তন - ধুমেৰঘাট

29 আৰু 30 নৱেম্বৰত অনুষ্ঠিত হ‘ব অসম মিঞা (অসমীয়া) পৰিষদৰ দশম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় খিলঞ্জীয়া অভিৱৰ্তন ৷ বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ ধুমেৰঘাটত মঞ্চৰ শুভ উদ্বোধনী কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

miya-porishod-news
অসম মিঞা (অসমীয়া) পৰিষদৰ দশম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় খিলঞ্জীয়া অভিৱৰ্তন
author img

By

Published : Nov 26, 2020, 7:24 PM IST

গোৱালপাৰা, 26 নৱেম্বৰ : 29 আৰু 30 নৱেম্বৰত অনুষ্ঠিত হ‘ব অসম মিঞা (অসমীয়া) পৰিষদৰ দশম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় খিলঞ্জীয়া অভিৱৰ্তন ৷ বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ ধুমেৰঘাটত মঞ্চৰ শুভ উদ্বোধনী কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

অসম মিঞা (অসমীয়া) পৰিষদৰ দশম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় খিলঞ্জীয়া অভিৱৰ্তন

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অভিৱৰ্তনত উপস্থিত থাকিব মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম জি হাজৰিকা । মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ দিনেশ বৈশ্য, পৃথিৰাজ ৰাভা ,কমলা ৰাজকোঁৱৰৰ লগতে অন্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.