ETV Bharat / state

বিধায়ক শ্বেৰমান আলীক সদনত অপদস্থ কৰাৰ অভিযোগত সমষ্টিবাসীৰ প্ৰতিবাদ - Land policy

বুধবাৰে ৰাজ্য চৰকাৰৰ নতুন ভূমিৰ ওপৰত বিধান সভাৰ মজিয়াত আলোচনা বিচাৰি কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদক সদনৰ মজিয়াৰ পৰা উলিয়াই দিয়াক লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টিবাসীয়ে ।

Land policy & Sherman Ali
বিধায়ক শ্বেৰমান আলীক সদনত অপদস্থ কৰাৰ অভিযোগত সমষ্টিবাসীৰ প্ৰতিবাদ
author img

By

Published : Dec 6, 2019, 3:53 AM IST

গোৱালপাৰা,5 ডিচেম্বৰঃ প্ৰসংগঃ ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতি....। ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতি সন্দৰ্ভত বুধবাৰে বিধান সভাৰ মজিয়াত আলোচনা বিচাৰিছিল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে । কিন্তু প্ৰশ্নোত্তৰ শিতানত বিষয়টো নথকাৰ বাবেই বিধান সভাৰ অধ্যক্ষই বিধায়ক শ্বেৰমান আলীক অনুমতি দিয়া নাছিল । বিধান সভাৰ অধ্যক্ষৰ এই কাৰ্যত ক্ষুণ্ণ হৈ বিধানসভাৰ মজিয়াত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে বিধায়ক শ্বেৰমান আলী আৰু কংগ্ৰেছৰ অন্যান্য সদস্যসকলে । বিধান সভাৰ মজিয়াত বিধায়ক শ্বেৰমান আলী আৰু কংগ্ৰেছী বিধায়ক সকলে কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবেই অধ্যক্ষই বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক এদিনৰ বাবে নিলম্বন কৰি মাৰ্শ্বাল লগাই উলিয়াই দিয়ে । বিধান সভাৰ অধ্যক্ষৰ এই কাৰ্যত ক্ষুন্ন বাঘবৰ একাংশ লোক । বিধায়ক শ্বেৰমান আলীক কৰা অপমানৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমষ্টিৰ সুখোৱাৰঝাৰত সাব্যস্ত কৰে প্ৰতিবাদ । হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ, অধ্যক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

বিধায়ক শ্বেৰমান আলীক সদনত অপদস্থ কৰাৰ অভিযোগত সমষ্টিবাসীৰ প্ৰতিবাদ

আৰু পঢ়ক সুস্থ থাকিলে মই কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলো হয়: নীলমণি ফুকন

Intro:
Anchor : বুধবাৰে ৰাজ্য চৰকাৰৰ নতুন ভূমিৰ ওপৰত বিধান সভাৰ মজিয়াত আলোচনা বিচাৰি কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদক সদনৰ মজিয়াৰ পৰা উলিয়াই দিয়াক লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টি বাসীয়ে। চাওক আমাৰ এক ৰিপৰ্ট ।Body:as_gol_05dec_801_Lan_policy_Sherman _&_protest_vis+byte_7203844.

Anchor : বুধবাৰে ৰাজ্য চৰকাৰৰ নতুন ভূমিৰ ওপৰত বিধান সভাৰ মজিয়াত আলোচনা বিচাৰি কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদক সদনৰ মজিয়াৰ পৰা উলিয়াই দিয়াক লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টি বাসীয়ে। চাওক আমাৰ এক ৰিপৰ্ট ।

V. O : প্ৰসংগঃ ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতি....। ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতি সন্দৰ্ভত বুধবাৰে বিধান সভাৰ মজিয়াত আলোচনা বিচাৰিছিল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে। কিন্তু প্ৰশ্নোত্তৰ শিতানত বিষয়টো নথকাৰ বাবেই বিধান সভাৰ অধ্যক্ষই বিধায়ক শ্বেৰমান আলীক অনুমতি দিয়া নাছিল। বিধান সভাৰ অধ্যক্ষৰ এই কাৰ্যত ক্ষুন্ন হৈ বিধান সভাৰ মজিয়াত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে বিধায়ক শ্বেৰমান আলী আৰু কংগ্ৰেছৰ অন্যান্য সদস্য সকলে। বিধান সভাৰ মজিয়াত বিধায়ক শ্বেৰমান আলী আৰু কংগ্ৰেছী বিধায়ক সকলে কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবেই অধ্যক্ষই বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক এদিনৰ বাবে নিলম্বন কৰি মাৰ্শ্বাল লগাই উলিয়াই দিয়ে। বিধান সভাৰ অধ্যক্ষৰ এই কাৰ্যত ক্ষুন্ন বাঘবৰ একাংশ লোক । বিধায়ক শ্বেৰমান আলীক কৰা অপমানৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমষ্টিৰ সুখোৱাৰঝাৰত সাব্যস্ত কৰে প্ৰতিবাদ । হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ, অধ্যক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

Byte : প্ৰতিবাদকাৰী ।

জাহিদুল ইছলাম, গোৱালপাৰা।Conclusion:Byte : প্ৰতিবাদকাৰী ।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.