ETV Bharat / state

গোৱালপাৰাত জনজাতি কৰণৰ দাবীত উত্তাল প্ৰতিবাদ

গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত কোচ ৰাজবংশী জনজাতি কৰণৰ দাবীত উত্তাল প্ৰতিবাদ । অতি শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিকৰণ নিদিলে ভোট বৰ্জন হুংকাৰ ।

author img

By

Published : Oct 2, 2020, 9:10 PM IST

গোৱালপাৰাত জনজাতি কৰণৰ দাবীত উত্তাল প্ৰতিবাদ
গোৱালপাৰাত জনজাতি কৰণৰ দাবীত উত্তাল প্ৰতিবাদ

গোৱালপাৰা, 2 অক্টোবৰ : গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত কোচ ৰাজবংশী জনজাতি কৰণৰ দাবীত উত্তাল প্ৰতিবাদ । অতি শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিকৰণ নিদিলে ভোট বৰ্জন হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে ।

কোচ-ৰাজবংশী জনগোষ্ঠীটোক শীঘ্ৰে জনজাতীকৰণৰ দাবীত গোৱালপাৰাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কোচ ৰাজবংশী সন্মিলনীৰ গোৱালপাৰা জিলা সমিতিৰ ।গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয় সন্মুখত ৰূপায়ন কৰিলে এই ধৰ্ণা কাৰ্যসূচী । কোচ ৰাজবংশী জনজাতিকৰণৰ নামত বিজেপি চৰকাৰৰ বিৰুদ্ধে চৰম প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিলে সন্মিলনীৰ সদস্য সকলে ।

তাৰোপৰি কোঁচ জাতিটোক জনজাতীকৰণৰ দাবীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল কৰি তুলিলে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যলয় চৌহদ । অতি শীঘ্ৰে জাতিটোক জনজাতিকৰণ নিদিলে ২১ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি গৰাকীয়ে ।
লগতে পঢ়ক : কোকৰাঝাৰত অঘটনঃ গা ধুবলৈ গৈ নৈত উটি গ'ল তিনি শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.