ETV Bharat / state

গোৱালপাৰাত বজ্ৰ পৰি ছাত্ৰৰ মৃত্যু: মাতৃ অচেতন

গোৱালপাৰাত বজ্ৰপাত পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ ৷ চোতালত বহি থকা অৱস্থাতে বজ্ৰপাতত মৃত্যু হয় ছাত্ৰ জনৰ ৷ আনহাতে বজ্ৰপাতৰ ফলত সংজ্ঞাহীন হৈ পৰে ছাত্ৰ জনৰ মাতৃ ।

author img

By

Published : May 5, 2020, 8:11 PM IST

Updated : May 5, 2020, 8:29 PM IST

Goalpara Thunder 1 death.
গোৱালপাৰাত বজ্ৰপাত পৰি ছাত্ৰৰ মৃত্যু

গোৱালপাৰা, 5 মে' : লক্ ডাউনৰ মাজতে মংগলবাৰে গোৱালপাৰৰ 2 নং বলদমাৰী চৰত বজ্ৰ পৰি এজন যুৱকৰ মৃত্যুত অঞ্চলজুৰি শোঁকৰ ছা পৰিছে ৷

ঘৰৰ চোতালত বহি থকা অৱস্থাত বজ্ৰ পৰি নিহত হয় আনোৱাৰ হুছেইন নামৰ যুৱকজন ৷ নিহত হোৱা যুৱকজন পৃথিৰাম চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল ৷

আনহাতে যুৱজনৰ মাতৃও বজ্ৰপাতৰ ফলত সংজ্ঞাহীন হৈ পৰে ।

লগতে পঢ়ক : অসমত পুনৰ COVID 19 ত আক্ৰান্ত গোৱালপাৰাৰ এজন লোক

Last Updated : May 5, 2020, 8:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.