গোৱালপাৰা, 3 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা গোৱালপাৰা জিলাবাসীক পৰিত্ৰাণ দিবলৈ গোৱালপাৰা জন স্বাস্থ্য কাৰিকৰী বিভাগে গোৱালপাৰা জিলাৰ পশ্চিমাঞ্চলৰ বজাৰ সমূহত বীজানু নাশক চতিওৱা অভিযান অব্যাহত ৰাখিছে । বিগত 31 মাৰ্চৰ পৰা অব্যাহত আছে এই অভিযান । আজিও মাৰকুলা , হাৰেজ বজাৰকে ধৰি কেবাখনো বজাৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মী সকলে বীজানু নাশক দৰব চতিয়াই । ইতিমধ্যে গোৱালপাৰা পশ্চিমাঞ্চলৰ ন খনকৈ বজাৰত এনেদৰে দৰব চতিওৱাৰ অভিযান সম্পন্ন কৰিছে বুলি বিভাগটোৱে জানিবলৈ দিয়ে ।
গোৱালপাৰাত অব্যাহত চেনিটাইজেচন অভিযান - Goalpara local people are senitizing the district
আজিও মাৰকুলা , হাৰেজ বজাৰকে ধৰি কেবাখনো বজাৰত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মী সকলে বীজানু নাশক দৰব চতিয়ায় ।
গোৱালপাৰা, 3 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা গোৱালপাৰা জিলাবাসীক পৰিত্ৰাণ দিবলৈ গোৱালপাৰা জন স্বাস্থ্য কাৰিকৰী বিভাগে গোৱালপাৰা জিলাৰ পশ্চিমাঞ্চলৰ বজাৰ সমূহত বীজানু নাশক চতিওৱা অভিযান অব্যাহত ৰাখিছে । বিগত 31 মাৰ্চৰ পৰা অব্যাহত আছে এই অভিযান । আজিও মাৰকুলা , হাৰেজ বজাৰকে ধৰি কেবাখনো বজাৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মী সকলে বীজানু নাশক দৰব চতিয়াই । ইতিমধ্যে গোৱালপাৰা পশ্চিমাঞ্চলৰ ন খনকৈ বজাৰত এনেদৰে দৰব চতিওৱাৰ অভিযান সম্পন্ন কৰিছে বুলি বিভাগটোৱে জানিবলৈ দিয়ে ।
TAGGED:
গোৱালপাৰাত চেনিটাইজেচন