ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

author img

By

Published : Feb 9, 2019, 3:47 PM IST

ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন কৰি নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

গোৱালপাৰা,৯ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্য়স্ত কৰে। প্ৰতিবাদকাৰী সকলে ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন কৰি নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে।

undefined

তাৰোপৰি গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত আগিয়া-গোৱালপাৰা পথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰখনক ধিক্কাৰ দিয়ে । অৱশেষত গোৱালপাৰা আৰক্ষী উপস্থিত হৈ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলৰ পৰা ক'লা পতাকা সমূহ জব্দ কৰে।

জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজপথত কলা পতাকা প্ৰদৰ্শন আৰু দাহ কৰিলে নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি।গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত আগিয়া-গোৱালপাৰা পথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি প্ৰধান মন্ত্ৰী নেতৃত্বাধীন বিজেপি চৰকাৰখনক দিলে ধিক্কাৰ।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ সময়ত এনেবোৰ প্ৰতিবাদী কাৰ্যসূচীকলৈ বাৰুকৈয়ে অসস্তিত্ব অসম চৰকাৰ।গোৱালপাৰা আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰোধ কৰিবলগীয়া হৈছে বিষেক পদক্ষেপ।লগতে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিলে ৰাজপথ।গোৱালপাৰাভআৰক্ষীয়ে প্ৰতিবাদী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিসংগ্ৰাম সমিতিৰ কৰ্মী সকলৰ কলা পতাকাবোৰ জব্দ কৰে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.