ETV Bharat / state

গোৱালপাৰাত ধৰ্ষণকাৰী শ্বাহজাহান আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত সমদল

ধৰ্ষণকাৰী শ্বাহজাহান আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত ফাষ্টট্ৰেক আদালতৰ দ্বাৰা বিচাৰ প্ৰক্ৰিয়াৰে শিশু নিৰ্যাতনকাৰীক শাস্তি দিয়ক, নাৰী সুৰক্ষা নিশ্চিত কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক,মদ, জুৱা, ভাং, তীৰ খেল বন্ধ কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে

ধৰ্ষণকাৰী শ্বাহজাহান আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত সমদল
author img

By

Published : Apr 11, 2019, 3:49 PM IST

গোৱালপাৰা, 11 এপ্ৰিলঃ শিশুক যৌন নিৰ্যাতনৰ চলোৱা শ্বাহজাহান আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত গোৱালপাৰাত মহিলাৰ প্ৰতিবাদী সমদল । চহৰ খনৰ মাদ্ৰাছা খেলপথাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল । শতাধিক পুৰুষ মহিলাই যৌথভাৱে উলিওৱা এই প্ৰতিবাদী সমদলত লোকসকলে যৌন নিৰ্যাতনকাৰী শ্বাহজাহান আলীক দৃষ্টান্ত মূলক শাস্তি দিয়ক, ফাষ্টট্ৰেক আদালতৰ দ্বাৰা বিচাৰ প্ৰক্ৰিয়াৰে শিশু নিৰ্যাতনকাৰীক শাস্তি দিয়ক, নাৰী সুৰক্ষা নিশ্চিত কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক,মদ, জুৱা, ভাং, তীৰ খেল বন্ধ কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷

ধৰ্ষণকাৰী শ্বাহজাহান আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত সমদল
উল্লেখ্য যে, যোৱা 12 মার্চ তাৰিখে নিজ গৃহৰ কাষৰে এগৰাকী ছবছৰীয়া শিশুক যৌন নিৰ্যাতন চলাইছিল শ্বাহজাহানে ৷ শিশুটিৰ অভিভাৱকৰ গোচৰৰ ভিত্তিত অপৰাধী শ্বাহজাহানক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল গোৱালপাৰা আৰক্ষী সদৰ থানালৈ । পিছত প্ৰতিবাদী মহিলা সকলে জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ অন্তত বিভিন্ন দাবীৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকালৈ ।

Anchor+V.O :- শিশুক যৌন নিৰ্যাতনৰ চলোৱা পাষণ্ড সাহজাহন আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত গোৱালপাৰাত মহিলাৰ প্ৰতিবাদী সমদল।চহৰ খনৰ মাদ্ৰাছা খেলপথাৰ ৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয় লৈ উলিওৱা হল এই প্ৰতিবাদী সমদল।শতাধিক পুৰুষ মহিলাই যৌথ ভাবে উলিওৱা এই সমদল কাৰী প্ৰতিবাদী লোকসকলে যৌন নিৰ্যাতনকাৰী শাহজাহান আলীক দৃষ্টান্ত মূলক শাস্তি দিয়ক, ফাষ্ট্ৰাক আদালতৰ দ্বাৰা বিচাৰ প্ৰক্ৰিয়াৰে শিশু নিৰ্যাতন কাৰীক শাস্তি দিয়ক, নাৰী সুৰক্ষা নিশ্চিত কৰক, নাৰী নিৰ্যাতনৰ বন্ধ কৰক, মদ জুৱা ভাং তীৰ খেল বন্ধ কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদ কাৰীয়ে।উল্লেখ, যোৱা ৬ মার্চ তাৰিখৰ নিজ গৃহৰ কাষৰে এগৰাকী ছবছৰীয়া শিশুক যৌন নিৰ্যাতন চলাইছিল আৰু অভিবাবকৰ গোচৰৰ ভিত্তিত অপৰাধী শাহজাহানক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল গোৱালপাৰা আৰক্ষী সদৰ থানালৈ।পিছত প্ৰতিবাদী মহিলা সকলে জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী ধৰনা কাৰ্যসূচী ৰূপায়নৰ অন্তত বিভিন্ন দাবীৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকালৈ।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.