ETV Bharat / state

গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Nov 1, 2019, 5:02 AM IST

Updated : Nov 1, 2019, 8:44 AM IST

গোৱালপাৰা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিল জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ। অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অনা চৰকাৰী সংস্থা (NGO)লৈ হস্তান্তৰ কৰাক লৈ মধাহ্ন ভোজন কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

গোৱালপাৰাত মধাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

গোৱালপাৰা, 31 অক্টোবৰঃ বৃহস্পতিবাৰে গোৱালপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ জিলাখনৰ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন গোৱালপাৰা জিলা কমিটিৰ কৰ্মচাৰীসকলে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত সাব্যস্ত কৰে প্ৰতিবাদ ৷ অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অনা চৰকাৰী সংস্থা (NGO)লৈ হস্তান্তৰ কৰাক লৈ কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ এই আঁচনিখন অনা চৰকাৰী সংস্থালৈ হস্তান্তৰ কৰিলে ২০০৫ চনৰ পৰা কাম কৰি অহা ৰন্ধন কৰ্মীসকলে হেৰুৱাব লাগিব পাৰে চাকৰি ৷ আনকি ৰন্ধন কৰ্মীসকলক বৰ্তমান চৰকাৰে মাহিলী বানচ হিচাপে দিয়া এহাজাৰ টকাও হ্ৰাস কৰিবলৈ লোৱা সিদ্ধান্তত ক্ষোভিত হৈ পৰে কৰ্মীসকল ৷

গোৱালপাৰাত মধাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

অন্য এক খবৰৰ বাবে:আৰম্ভ হ'ল গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

প্ৰতিবাদকাৰী সকলৰ দাবী, চৰকাৰে লোৱা এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক ৷ অন্যথা এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব চৰকাৰ ৷

Intro:Anchor:- গোৱালপাৰা মধাহ্ন ভোজন কৰ্মচাৰীৰ(ৰান্ধনী)ৰ প্ৰতিবাদত কঁপিল জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ।অসম চৰকাৰে মধ্যহ্ন ভোজন আঁচনি খন অনা চৰকাৰী সংস্থা (NGO)লৈ হস্তান্তৰ কৰাক লৈ এই প্ৰতিবাদ মধাহ্ন ভোজন কৰ্মচাৰীৰ।

Body:Anchor:- গোৱালপাৰা মধাহ্ন ভোজন কৰ্মচাৰীৰ(ৰান্ধনী)ৰ প্ৰতিবাদত কঁপিল জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ।অসম চৰকাৰে মধ্যহ্ন ভোজন আঁচনি খন অনা চৰকাৰী সংস্থা (NGO)লৈ হস্তান্তৰ কৰাক লৈ এই প্ৰতিবাদ মধাহ্ন ভোজন কৰ্মচাৰীৰ।

V.O:-সদৌ অসম মধাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন গোৱালপাৰা জিলা কমিটিয়ে অসমৰ মধাহ্ন ভোজন আঁচনি খন অনা চৰকাৰী সংস্থালৈ (এন জি ও) হস্তান্তৰ কৰক লৈ প্ৰতিবাদ।আঁচনি খন হস্তান্তৰ কৰিলে ২০০৫ চনৰ পৰা কাম কৰি অহা ৰন্ধন কৰ্মীসকলে কাম হেৰুৱাব অথবা বৰ্তমানে চৰকাৰে দি থকা মাহিলী এক হাজাৰ টকাৰ পৰাও মাননি হ্ৰাস কৰাৰ কাৰণে চৰকাৰে যি ব্যৱস্থা লৈছে তাক তীব্ৰ বিৰোধিতা কৰিছে ৰন্ধন কৰ্মীসকলে।লগতে ।চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত অতিশীঘ্ৰে বাতিল কৰিবলৈ গোৱালপাৰা জিলা ৰান্ধনী ইউনিয়ন দাবী জনাইছে।দাবী পূৰণ নকৰিলে ৰন্ধন কৰ্মীসকলৰ এই আন্দোলন তীব্রতৰ কৰিবলৈ জিলা ৰান্ধনী ইউনিয়ন বধ্যপৰিকৰ।ইয়াৰ ফলত উদ্ভৱ হব পৰা যিকোনো পৰিস্থিতিৰ বাবে দায়ী হব চৰকাৰ।অন্যথাই এই আন্দোলন অধিক তীব্ৰ আৰু জংগী কৰিবলৈ হুংকাৰ দিয়ে গোৱালপাৰা জিলা ৰন্ধন কৰ্মচাৰী সকলে।লগতে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয় চৌহদ।

byte 1:- ৰন্ধন কৰ্মচাৰী।
byte 2:- সমাজকৰ্মী।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।

Conclusion:byte 1:- ৰন্ধন কৰ্মচাৰী।
byte 2:- সমাজকৰ্মী।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
Last Updated : Nov 1, 2019, 8:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.