ETV Bharat / state

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত লাডেন বশ - বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত লাডেন বশ

উন্মত্ত লাডেনক বশ কৰাৰ অভিযানত সফল চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ বিধায়কগৰাকীৰ নেতৃত্বত গোৱালপাৰা জিলাৰ বনবিভাগে বশ কৰে হাতীটোক

গোৱালপাৰা
author img

By

Published : Nov 11, 2019, 9:18 PM IST

গোৱালপাৰা, 11 নৱেম্বৰ: অৱশেষত ট্রাংকুলাইজ কৰা হ'ল লাডেনক ৷ চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰা জিলাৰ বনবিভাগে ট্রাংকুলাইজ কৰে লাডেন নামৰ বন্যহস্তীটোক ৷ চলিত বৰ্ষৰ ২৯ অক্টোবৰত ৫ জনকৈ লোকক প্ৰাণে মৰা পিচত লাডেনৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছিল গোৱালপাৰাবাসীয়ে ৷

লাডেন বশ

অৱশেষত বিধায়ক পদ্ম হাজৰিকাৰ ৰামু নামৰ হাতীটোৰ সহযোগত সোমবাৰে পুৱাবেলা জিলাখনৰ কণ্যাকুচি বনাঞ্চলত এক অভিযান আৰম্ভ কৰে বন বিভাগে। অভিযানৰ প্ৰায় এঘণ্টাৰ ভিতৰতে লাডেনক বশ কৰিবলৈ সক্ষম হয় বন বিভাগ। কিন্তু লাডেনক কোনখন বনাঞ্চলত ৰখা হ'ব সেই বিষয়ত এই পৰ্যন্ত কোনো তথ্য দিয়া নাই বন বিভাগে ৷

Intro:Anchor:- গোৱালপাৰাৰ উন্মত্ত লাডেনক বশ কৰাত সফল অভিযান চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰা জিলাৰ বনবিভাগৰ সহযোগত লাডেনক বশ কৰাত সফল অভিযান।বিগত কিছুদিনৰ পৰা এক প্ৰকাৰ সন্ত্ৰাস চলাইছিল লাদেন নামৰ হাতী টোৱে ।লডেনৰ আতংকত উজাগৰে নিশা কটাইছিল গাঁওবাসী ।লাডেনক বশ কৰাত উৎফুল্লিত সাধাৰণ জনতা।

Body:Anchor:- গোৱালপাৰাৰ উন্মত্ত লাডেনক বশ কৰাত সফল অভিযান চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰা জিলাৰ বনবিভাগৰ সহযোগত লাডেনক বশ কৰাত সফল অভিযান।বিগত কিছুদিনৰ পৰা এক প্ৰকাৰ সন্ত্ৰাস চলাইছিল লাদেন নামৰ হাতী টোৱে ।লডেনৰ আতংকত উজাগৰে নিশা কটাইছিল গাঁওবাসী ।লাডেনক বশ কৰাত উৎফুল্লিত সাধাৰণ জনতা।

VO :- হয়,গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত যোৱা ২৯ অক্টোবৰত ৫ জনকৈ লোকক প্ৰাণ কাৰী লোৱা লাডেন নামৰ বন্যসস্তিটোক ইতিমধ্যে ট্রাংকুলাইজ কৰিবলৈ সক্ষম হৈছে।বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰা বনবিভাগৰ সহযোগত চলোৱা অভিযানত আজি লাডেন নামৰ হাতীটোক ট্রাংকুলাইজ কৰিবলৈ সক্ষম হৈছে।বিধায়ক পদ্ম হাজৰিকাৰ (ৰামু)নামৰ হাতীটোৰ সহযোগত সোমবাৰে পূৱা ১০ বজাত জিলা খনৰ কণ্যাকুচি বনাঞ্চলত এক অভিযান চলায়।অভিযানৰ প্ৰায় এঘণ্টাতে লাডেন নামৰ হাতীটোক বশ কৰিবলৈ সক্ষম হয়।হাতীটোক ইতিমধ্যে চাৰিওটা ভৰি ৰচীৰে বান্ধি সংজ্ঞাহীন কৰি সন্ধিয়াৰ আগমূহততে বনাঞ্চলৰ পৰা জনাঞ্চলয়লৈ উলিয়াই আনিব লাগিব কিয়নো সন্ধিয়া পিছত অইন হাতী জাকৰ আক্ৰমণ হব পাৰে বুলি আমাক জানিবলৈ দিয়ে জিলা বন বিষয়াই।কিন্তু লাডেনক গোৱালপাৰাৰ পৰা লৈ ৰাজ্যৰ কোনখন বনাঞ্চলত ৰাখিব সেয়া গোপনে ৰাখিছে বন বিভাগে।এই সন্দৰ্ভত গোৱালপাৰা সাংবাদিক জাহিদুল ইছলামৰ এক প্ৰতিবেদন।

byte:- 1,2 MLA Padma Hazarika.

জাহিদুল ইছলাম,গোৱালপাৰা।

Conclusion:byte:- 1,2 MLA Padma Hazarika.

জাহিদুল ইছলাম,গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.