ETV Bharat / state

ভোগালীৰ ভেলাঘৰ বান্ধি সাজু গোৱালপাৰাবাসী - Goalpara Bhelaghar

উৰুকালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাতে ভেলাঘৰ সাজি ভোগালীলৈ সাজু হৈছে গোৱালপাৰাবাসী ৷

ভোগালীৰ ভেলাঘৰ বান্ধি সাজু গোৱালপাৰাবাসী

author img

By

Published : Jan 4, 2020, 7:45 PM IST

গোৱালপাৰা, 4 জানুৱাৰীঃ উৰুকালৈ মাজত মাথো বাকী কেইটামান দিন ৷ অসমীয়াৰ আপোন মাঘ বিহুলৈ মাজত কেইটামান দিন আৰু বাকী ৷ এনে অৱস্থাত উৰুকাৰ নিশা এসাঁজ লগে-ভাগে খাবলৈ সাজু হৈ উঠিছে গোৱালপাৰাবাসী ৷ অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত হৈ উঠিছে ৷ একেই দৃশ্য দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত ৷ জিলাখনৰ লক্ষীপুৰৰ থৰ্কোৰ ছোকেয়াভাছাবাসীয়ে নিৰ্মাণ কৰি আছে ভেলাঘৰ ৷ মাঘবিহুৰ উৰুকাত লগে-ভাগে আনন্দ কৰিবলৈ গাঁৱবাসীয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ পথাৰৰ পৰা নৰা কাটি আনি ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰিছে গাঁৱবাসীয়ে ৷ উৰুকাৰ নিশা একেলগে এসাঁজ খাবলৈ এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে সকলো ৷

লগতে পঢ়কঃ কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

Intro:as_gol_04jan_801_goalpara_Bhel_ ghar_spl_vis+byte_7203844.

Anchor : উৰুকালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। উৰুকাত লগে ভাগে হেপাহ পলুৱাই খোৱাৰ আনন্দত আত্মহাৰা সকলো। ইতিমধ্যে গ্ৰামাঞ্চলৰ ঠাইয়ে ঠাইয়ে চলিছে মাঘ বিহুৰ প্ৰস্তুতি।
Body:as_gol_04jan_801_goalpara_Bhel_ ghar_spl_vis+byte_7203844.

Anchor : উৰুকালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। উৰুকাত লগে ভাগে হেপাহ পলুৱাই খোৱাৰ আনন্দত আত্মহাৰা সকলো। ইতিমধ্যে গ্ৰামাঞ্চলৰ ঠাইয়ে ঠাইয়ে চলিছে মাঘ বিহুৰ প্ৰস্তুতি।

V.O:- গোৱালপাৰাৰ লক্ষীপুৰৰ বিভিন্ন গ্ৰামাঞ্চলত চলিছে ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি। থৰ্কোৰ ছোকেয়াভাছা গাঁও বাসীয়ে একত্ৰিত ভাবে নিৰ্মাণ কৰিবলৈ লৈছে ৰাজকীয় অট্টালিকা সদৃশ ভেলাঘৰ।গাঁও খনৰ পুৰুষ মহিলা সকলোৱে ব্যস্ত ভেলাঘৰ নিৰ্মাণত। পথাৰৰ পৰা নৰা কাটি ঘৰে ঘৰে বাঁহ উঠাই চলাইছে ভেলাঘৰ পূৰ্ণ প্ৰস্তুতি। মুঠতে উৰুকাত লগে ভাগে হেপাহ পলুৱাই খোৱাৰ আনন্দত আত্মহাৰা সকলো।

Byte :- 1স্থানীয় যুৱক।

গোৱালপাৰা পৰা জাহিদুল ইছলাম,ই টিভি ভাৰত অসম।Conclusion:Byte :- 1স্থানীয় যুৱক।

গোৱালপাৰা পৰা জাহিদুল ইছলাম,ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.