ETV Bharat / state

গোৱালপাৰা-শলমাৰী সংযোগী পথৰ দুৰৱস্থা

গোৱালপাৰা-শলমাৰী সংযোগী সদাব্যস্ত পথটোৰ প্ৰতি গুৰুত্ব নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ ৷ সাধাৰণ এজাক বৰষুণ দিলেই ব্যাহত হয় যাতায়ত ব্যৱস্থা।

author img

By

Published : Sep 14, 2019, 10:17 PM IST

গোৱালপাৰা-শলমাৰী সংযোগী পথৰ দুৰৱস্থা

গোৱালপাৰা,14 চেপ্তেম্বৰঃ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ দিনত প্ৰকৃততে কিমান উন্নতি হৈছে ৰাস্তা-ঘাটৰ। তাৰ যদি প্ৰমাণ লাগে তেনেহ'লে চাওক এই পথছোৱালৈ, গোৱালপাৰা-শলমাৰী সংযোগী ৰাজ্যিক ঘাইপথ এইটো । গোৱালপাৰা চহৰলৈ যাবলৈ হ'লে এই পথটোৰেই যাব লাগিব ৷ গোৱালপাৰা-শলমাৰী সংযোগী সদাব্যস্ত পথটোৰ প্ৰতি গুৰুত্ব নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ ৷ সাধাৰণ এজাক বৰষুণ দিলেই ব্যাহত হয় যাতায়ত ব্যৱস্থা। ৰাজ্যিক ঘাইপথ নহয় যেন পুখুৰীহে। অলপ বৰষুণতে ঘাইপথছোৱাত পানী জমা হয়। ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীক লৈ যন্ত্ৰণাত ভুগিবলগীয়া হয় সাধাৰণ ৰাইজ। বিধায়ক ৰাছিদ আলমক বহুবাৰ ৰাইজে পথছোৱা মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যদিও কোনো সুফল পোৱা নাই ৷

Anchor :- পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ দিনত প্ৰকৃততে কিমান উন্নতি হৈছে ৰাস্তা-ঘাটৰ।চাওক এই পথছোৱালৈ,পথছোৱা হৈছে গোৱালপাৰা-শলমাৰী সংযোগী ৰাজ্যিক ঘাইপথ।গোৱালপাৰা চহৰৰ প্ৰবেশদ্বাৰ এই ৰাজ্যিক ঘাইপথ।গোৱালপাৰা-চলমাৰী সংযোগী সদা ব্যস্ত পথটোৰ প্ৰতিও গুৰুত্ব নাই চৰকাৰ,জনপ্ৰতিনিধী কিম্বা জিলা প্ৰশাসনৰ।সাধাৰণ বৰষুণ পৰিলেও ব্যহত হয় যাতায়ত ব্যৱস্থা।ৰাজ্যিক ঘাইপথ নহয় যেন পুখুৰী হে।অলপ বৰষুণ দিলেই ঘাইপথছোৱা পানীৰ তলত হে থাকে।ছাত্ৰ ছাত্ৰীৰ লগতে মুমূৰ্খ ৰোগীক লৈ যন্ত্ৰনাত ভুগিবলগীয়া হয় সাধাৰণ ৰাইজ।বিধায়ক ৰাছিদ আলমক কৈযো সুফল পোৱা নাই স্থানীয় ৰাইজ কিম্বা দল সংগঠনে।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.