ETV Bharat / state

এন আৰ চি কেন্দ্ৰত উৎকোচ লৈ গ্ৰেপ্তাৰ চাৰিজনকৈ কৰ্মী - গ্ৰেপ্তাৰ

বায়মেট্ৰিকৰ নামত প্ৰতিজন ব্যক্তিৰ পৰা 80 টকাকৈ লোৱাৰ অভিযোগ । আৰক্ষীয়ে আটক কৰে বৰষা দাস, মৃণাল কলিতা, কৰুণা বিশ্বাস আৰু চৰিফুল আহমেদ নামৰ কৰ্মীকেইজনক

এন আৰ চি কেন্দ্ৰত উৎকোচ লৈ গ্ৰেপ্তাৰ চাৰিজনকৈ কৰ্মী
author img

By

Published : Aug 10, 2019, 7:49 PM IST

গোৱালপাৰা, 10 আগষ্ট : গোৱালপাৰা ধূপধৰা NRC কেন্দ্ৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল চাৰিজনকৈ বায়’মেট্ৰিক টীমৰ কৰ্মী । বায়’মেট্ৰিকৰ নামত প্ৰতিজন ব্যক্তিৰ পৰা 80 টকাকৈ লোৱাৰ অভিযোগ । আৰক্ষীয়ে আটক কৰে বৰষা দাস, মৃণাল কলিতা, কৰুণা বিশ্বাস আৰু চৰিফুল আহমেদ নামৰ কৰ্মীকেইজনক ৷ কামৰূপৰ সোণতলীৰ পৰা এন আৰ চিৰ শুনানীলৈ অহা কেইবাগৰাকী ব্যক্তিৰ পৰা শুনানী গ্ৰহণ কৰাৰ অন্তত বায়'মেট্ৰিক গ্ৰহণ কৰে ৷ বায়'মেট্ৰিক গ্ৰহণ কৰাৰ অন্তত বায়’মেট্ৰিকত নিয়োজিত কৰ্মীয়ে প্ৰতিজন ব্যক্তিৰ পৰা অবৈধভাৱে 80 টকাকৈ সংগ্ৰহ কৰে ৷ টকা দিবলৈ সন্মত নোহোৱা ব্যক্তিসকলৰ লগত বায়’মেট্ৰিক কৰ্মীয়ে তৰ্কত লিপ্ত হয় ৷ পিচত ঘটনা সন্দৰ্ভত ধূপধৰা আৰক্ষীক জনোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু এগৰাকী মহিলাসহ চাৰিগৰাকী বায়’মেট্ৰিক কৰ্মীক আটক কৰি ধূপধৰা থানালৈ লৈ আনে ৷ এই সন্দৰ্ভত ধূপধৰা থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷

Intro:Slug: as_gol_NRC_Bio metric Team Arrested_vis2+byte1_7203844

Anchor:- গোৱালপাৰা ধূপধৰা NRC কেন্দ্ৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হল চাৰিজনকৈ বায়মেট্ৰিকৰ টিমৰ কৰ্মী।বায়মেট্ৰিকৰ নামত প্ৰতিজন ব্যক্তিৰ পৰা ৮০ টকাকৈ লোৱাৰ অভিযোগ।Body:Slug: as_gol_NRC_Bio metric Team Arrested_vis2+byte1_7203844

Anchor:- গোৱালপাৰা ধূপধৰা NRC কেন্দ্ৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হল চাৰিজনকৈ বায়মেট্ৰিকৰ টিমৰ কৰ্মী।বায়মেট্ৰিকৰ নামত প্ৰতিজন ব্যক্তিৰ পৰা ৮০ টকাকৈ লোৱাৰ অভিযোগ।

V.O :- -গোৱালপাৰা জিলাৰ ধূপধৰাত এন আৰ চিৰ বায়মেট্ৰিক লোৱাৰ নামত টকা লৈ আৰক্ষীৰ জালত পৰিল চাৰি এন আৰ চি বায়মেট্ৰিক টিমৰ কৰ্মী ৷ ধূপধৰাৰ কোঠাকুঠি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ এন আৰ চি কেন্দ্ৰত শুনানীৰ পিচত গ্ৰহণ কৰা বায়মেট্ৰিকৰ বাবদ প্ৰতিজন ব্যক্তিৰ পৰা ৮০ (আশী) টকাকৈ লোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে বৰষা দাস, মৃণাল কলিতা, কৰুণা বিশ্বাস আৰু চৰিফুল আহমেদ নামৰ কৰ্মীকেইজনক ৷ অভিযোগমতে বুধবাৰে (আজি) দক্ষিণ কামৰূপৰ সোনতলীৰ পৰা এন আৰ চিৰ শুনানীলৈ অহা কেইবাগৰাকী ব্যক্তিৰ পৰা শুনানী গ্ৰহণ কৰাৰ অন্তত বায়'মেট্ৰিক গ্ৰহণ কৰে ৷ বায়'মেট্ৰিক গ্ৰহণ কৰাৰ অন্তত বায়মেট্ৰিকত নিয়োজিত কৰ্মীয়ে প্ৰতিজন ব্যক্তিৰ পৰা অবৈধভাৱে ৮০ টকাকৈ সংগ্ৰহ কৰে ৷ টকা দিবলৈ সন্মত নোহোৱা ব্যক্তিসকলৰ লগত বায়মেট্ৰিক কৰ্মীয়ে তৰ্কত লিপ্ত হয় ৷ পিচত ঘটনা সন্দৰ্ভত ধূপধৰা আৰক্ষীক জনোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু এগৰাকী মহিলাসহ চাৰিগৰাকী বায়মেট্ৰিক কৰ্মীক আটক কৰি ধূপধৰা থানালৈ লৈ আনে ৷ এই সন্দৰ্ভত ধূপধৰা থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

Byte- এন আৰ চিৰ শুনানীলৈ অহা লোক ৷

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।Conclusion:Slug: as_gol_NRC_Bio metric Team Arrested_vis2+byte1_7203844

Byte- এন আৰ চিৰ শুনানীলৈ অহা লোক ৷

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.