ETV Bharat / state

জলমগ্ন গোৱালপাৰা, কি কয় স্থানীয় ৰাইজে !

author img

By

Published : May 26, 2020, 7:31 PM IST

Updated : May 26, 2020, 8:53 PM IST

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নামনিৰ গোৱালপাৰাতো ভয়াৱহ বানৰ আতংক ৷ 20 খনতকৈও অধিক গাঁও বানে বুৰাই নিয়াৰ লগতে শ শ বিঘা ধান খেতি নষ্ট কৰিছে বানে ৷

জলমগ্ন গোৱালপাৰা
জলমগ্ন গোৱালপাৰা

গোৱালপাৰা, 26 মে’: গোৱালপাৰাৰ বলবলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি । মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ ফলত গোৱালপাৰাৰ 20 খনতকৈ অধিক গাঁও প্লাৱিত হোৱা বুলি জানিব পৰা গৈছে । লগতে বিস্তৰ ক্ষতি সাধন হৈছে কৃষকসকলৰ ।

জলমগ্ন গোৱালপাৰা

বৰ্তমান পানীৰ তলত শ শ বিঘা ধান খেতি আৰু এই বানৰ ফলত পশু ধনৰো ক্ষতি সাধন হৈছে ।

লগতে পঢ়ক: চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডুমডুমাত প্ৰতিবাদ

Last Updated : May 26, 2020, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.