ETV Bharat / state

ধূপধৰাৰ কৰ’ণা যোদ্ধাক সম্বৰ্ধনা - felicitation to corona warriors of dhupdhara goalpara assam etv bharat news

গোৱালপাৰা জিলাৰ ধূপধৰাত ই-ৰিক্সা চালক সন্থাই স্বাধীনতা দিৱস উপলক্ষে কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ প্ৰতিগৰাকী আৰক্ষীকে একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহিত কৰে ৷ সন্থাটোৰ এই কাৰ্যক শলাগিছে জিলাখনৰ সচেতন মহলে ৷

felicitation to corona warriors of dhupdhara goalpara assam etv bharat news
ধূপধৰাৰ কৰ’ণা যোদ্ধাক সম্বৰ্ধনা
author img

By

Published : Aug 16, 2020, 11:45 AM IST

বকো,16 আগষ্ট: কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত চলিত বৰ্ষত অনাড়ম্বৰপূৰ্ণভাৱে পালন কৰা হৈছে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি গোৱালপাৰা জিলাৰ ধূপধৰাত ই-ৰিক্সা চালক সন্থাই গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ ৷

ধূপধৰাৰ কৰ’ণা যোদ্ধাক সম্বৰ্ধনা

সন্থাটোৱে শনিবাৰে স্বাধীনতা দিৱস উপলক্ষে শেহতীয়া সময়ছোৱাত কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ প্ৰতিগৰাকী আৰক্ষীকে একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহিত কৰে ৷ সমান্তৰালকৈ ধূপধৰাৰ কোভিড চিকিৎসালয়ত কৰ্মৰত প্ৰতিগৰাকী চিকিৎসক, নাৰ্চৰ লগতে অন্যান্য চিকিৎসা কৰ্মীসকলকো সম্বৰ্ধনা জনায় ধূপধৰাৰ ই-ৰিক্সা চালক সন্থাই ৷ সন্থাটোৰ এই কাৰ্যক শলাগিছে জিলাখনৰ সচেতন মহলে ৷

লগতে চাওকঃ দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.