ETV Bharat / state

Divyang Association's protest: চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত প্ৰতাৰণা দিব্যাংগ সন্থাক

গোৱালপাৰাত দিব্যাংগ সন্থাৰ উত্তাল প্ৰতিবাদ (Divyang Association protests in Goalpara)। প্ৰাৰ্থী বাচনি কৰাৰ নামত বিশ্ববিদ্যালয়সমূহে দিব্যাংগসকলৰ ৪,১৯৬ জনৰ এখন তালিকা প্ৰস্তুত কৰা কাৰ্যত দালাল জড়িত থকাৰ অভিযোগ ।

Divyang Association's protest against appointment to job in Goalpara
চতুৰ্থ পৰ্যায়ত চাকৰি দিয়াৰ নামত প্ৰতাৰণা দিব্যাংগ সন্থাক
author img

By

Published : Jul 20, 2022, 10:50 AM IST

গোৱালপাৰা, 20 জুলাই: প্ৰতিবাদত নামিল গোৱালপাৰা দিব্যাংগ সন্থাৰ ৷ 2018-19 বৰ্ষত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত নিযুক্তি দিয়াৰ কথা ঘোষনা কৰিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু তৃতীয় বৰ্গৰ চাকৰি দিয়েই ক্ষান্ত থকাৰ অভিযোগ দিব্যাংগ সন্থাৰ ৷ মঙলবাৰে গোৱালপাৰা জিলাত দিব্যাংগ সকলক নিযুক্তি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সন্থাই ৷

চতুৰ্থ পৰ্যায়ত চাকৰি দিয়াৰ নামত প্ৰতাৰণা দিব্যাংগ সন্থাক

ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে দিব্যাংগসকলৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰি মেধাৱীৰ তালিকা প্ৰস্তুত কৰাৰ নামত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ দিব্যাংগ সন্থাৰ । ৫১৩ টা পদৰ বিপৰীতে প্ৰাৰ্থী বাচনি কৰাৰ নামত বিশ্ববিদ্যালয়সমূহে ৪,১৯৬ জনৰ এক তালিকা প্ৰস্তুত কৰা কাৰ্যত দালাল জড়িত থকাৰ অভিযোগ ।

দিব্যাংগসকলক চাকৰিত শীঘ্ৰেই নিযুক্তি নিদিলে গোৱালপাৰা জিলা দিব্যাংগ সন্থাই পৰৰ্বতী সময়ত ৰাজপথত নমাৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক: বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক শীঘ্ৰে মুক্তিৰ দাবী ছাত্র সন্থাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.