গোৱালপাৰা,31 মে': বৰ্তমানেও সম্পূৰ্ণৰূপে ৰোধ হোৱা নাই বাল্য বিবাহ। বৃহস্পতিবাৰে নিশা নগৰবেৰাৰ ৰংগেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ১৬ বছৰীয়া নৱ-বিবাহিতা নাবালিকাক ৷ ২৮ মে'ত বৰপেটাৰ মাজৰচৰৰ পৰা বিয়া পাতি ৰংগেশ্বৰী গাঁৱৰ ছইফুৰ ৰহমান নামৰ যুৱকজনে ঘৰলৈ আনিছিল নাবালিকাগৰাকীক। ইপিনে আৰক্ষী আৰু চাইল্ড লাইনৰ অভিযানৰ খবৰ লাভ কৰি পলায়ন কৰে ছইফুৰ ৰহমান আৰু পিতৃ নাৱেব আলীয়ে।
বাল্য বিবাহ: নগৰবেৰাৰ ৰংগেশ্বৰীৰ পৰা উদ্ধাৰ নৱ-বিবাহিত নাবালিকাক
ৰোধ হোৱা নাই বাল্য বিবাহ । নগৰবেৰাৰ ৰংগেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীৰ অভিযান ৷ উদ্ধাৰ 16 বছৰীয়া নৱ-বিবাহিত নাবালিকাক ৷
ৰোধ হোৱা নাই বাল্য বিবাহ
গোৱালপাৰা,31 মে': বৰ্তমানেও সম্পূৰ্ণৰূপে ৰোধ হোৱা নাই বাল্য বিবাহ। বৃহস্পতিবাৰে নিশা নগৰবেৰাৰ ৰংগেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ১৬ বছৰীয়া নৱ-বিবাহিতা নাবালিকাক ৷ ২৮ মে'ত বৰপেটাৰ মাজৰচৰৰ পৰা বিয়া পাতি ৰংগেশ্বৰী গাঁৱৰ ছইফুৰ ৰহমান নামৰ যুৱকজনে ঘৰলৈ আনিছিল নাবালিকাগৰাকীক। ইপিনে আৰক্ষী আৰু চাইল্ড লাইনৰ অভিযানৰ খবৰ লাভ কৰি পলায়ন কৰে ছইফুৰ ৰহমান আৰু পিতৃ নাৱেব আলীয়ে।
Slug:Child marriage vis+byte send FTP.Jahidul Islam.
Anchor.. +vo.. ৰাজ্যত আজিও সম্পুৰ্ণ ৰূপে ৰোধ হোৱা নাই বাল্য বিবাহ।সমাজৰ একাংশ দেৱানী মাতাব্বৰ আৰু মুখাপিন্ধা ভদ্ৰলোকৰ তৎপৰতাত অব্যাহত আছে সামাজিক ব্যাধি ৰূপী বাল্য বিবাহ।বৃহস্পতিবাৰে নগৰবেৰাৰ ৰঙ্গেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীয়ে এক অভিযান চলায়।অভিযানত ৰঙ্গেশ্বৰী গাঁৱৰ পৰা এগৰাকী ১৬ বছৰীয়া নৱ বিবাহিতা নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।এই গৰাকী নাবালকক যোৱা ২৮ মে ত বৰপেটাৰ মাজৰচৰৰ পৰা বিয়া পাতি আনিছিল ৰঙ্গেশ্বৰী গাঁৱৰ ছইফুৰ ৰহমান নামৰ যুৱকজনে।উল্লেখ্য যে,নৱ বিবাহিত স্বামী ছইফুৰ ৰহমান আৰু শশুৰ নাৱেব আলী সম্প্ৰতি পলাতক।
Byte.. Child line worker
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।