ETV Bharat / state

উপ-নিৰ্বাবাচনঃ কিয় নিজকে বাঘ বুলিলে বদৰুদ্দিন আজমলে !

এন আৰ চি সম্পৰ্কে শিলাদিত্য, ড৹ হিমন্ত বিশ্ব শৰ্মা যেনেদৰে বিৰূপ মন্তব্য কৰিছে তাতোতকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বেছি বিৰূপ মন্তব্য কৰা বুলিও আজমলে উল্লেখ কৰে।

মই বাঘ !
author img

By

Published : Oct 16, 2019, 8:48 AM IST

জনীয়া, 16 অক্টোবৰঃ জনীয়াৰ বালিকুৰিত এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ বদৰুদ্দিন আজমল। অভিনয় কৰিলেই তৌফিকুৰক ৰাইজে ভোট নিদিয়ে। এই বক্তব্য সাংসদ বদৰুদ্দিন আজমলৰ।

মই বাঘ !

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি থতা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলনা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে কংগ্ৰেছ আৰু বিজেপিক ভাষন প্ৰসংগত ক্ষুৰধাৰ সমালোচনা কৰে। ''বিজেপিৰ যদি জনীয়া আৰু বাঘবৰ সমষ্টি পাকিস্তানৰ নিচিনা লাগে তেন্তে হিন্দু প্ৰাৰ্থী দিব লাগিছিল। তৌফিকুৰ ৰহমানৰ অভিনয়ে জনীয়া সমষ্টিত কামত নিদিয়ে'' , এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ। শেহতীয়াকৈ কংগ্ৰেছৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে দাড়ী টুপিক লৈ কৰা মন্তব্যৰো ক্ষুৰধাৰ সমালোচনা কৰে আজমলে। এন আৰ চি সম্পৰ্কে শিলাদিত্য, ড৹ হিমন্ত বিশ্ব শৰ্মা যেনেদৰে বিৰূপ মন্তব্য কৰিছে তাতোতকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বেছি বিৰূপ মন্তব্য কৰা বুলিও আজমলে উল্লেখ কৰে।

আজমলৰ মন্তব্য, বিজেপিয়ে দেশখনক শেষ কৰি পেলাইছে কিন্তু বদৰুদ্দিন আজমলে নিজকে বাঘৰ পোৱালী বুলি দাবী কৰি কয় যে, সংসদত বাঘৰ পোৱালী এটাই যথেষ্ট ৷

Intro:slug: as_jania_16oct_jania_badaruddin_ajmal_vis3+byt2+pho1_story_asc10058

Anchor: জনীয়াৰ বালিকুৰিত এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ বদৰুদ্দিন আজমল। অভিনয় কৰিলেই তৌফিকুৰক ৰাইজে ভোট নিদিয়ে। এই বক্তব্য সাংসদ বদৰুদ্দিন আজমলৰ।Body:slug: as_jania_16oct_jania_badaruddin_ajmal_vis3+byt2+pho1_story_asc10058

VO-জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি থতা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলনা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে কংগ্ৰেছ আৰু বিজেপিক ভাষন প্ৰসংগত ক্ষুৰধাৰ সমালোচনা কৰে। বিজেপি ওচৰত যদি জনীয়া আৰু বাঘবৰ সমষ্টি পাকিস্তানৰ নিচিনা লাগে তেন্তে হিন্দু প্ৰাৰ্থী দিব লাগিছিল। তৌফিকুৰ ৰহমানৰ অভিনয়ে জনীয়া সমষ্টিত কামত নিদিয়ে বুলি সাংসদ বদৰুদ্দিন আজমলে মন্তব্য কৰে। শেহতীয়াকৈ কংগ্ৰেছৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে দাড়ী টুপিক লৈ কৰা মন্তব্যৰ বিৰুদ্ধেও ক্ষুৰধাৰ সমালোচনা কৰে। এন আৰ চি সম্পৰ্কে শিলাদিত্য দেব, ড৹ হিমন্ত বিশ্ব শৰ্মা যেনেদৰে বিৰূপ মন্তব্য কৰিছে তাতোতকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিছি বিৰূপ মন্তব্য কৰিছে বুলিও কয়। বিজেপিয়ে দেশখনক শেষ কৰি পেলাইছে বুলি দোহাৰে। বদৰুদ্দিন আজমলে সংসদৰ মজিয়াত প্ৰদান কৰা বক্তব্য ৰাইজে শুনিছে নে নাই বুলি প্ৰশ্ন কৰে। নিজকে বাঘৰ পোৱালী বুলি দাবী কৰি কয় যে সংসদত বাঘৰ পোৱালী এটাই যথেষ্ঠ বুলি কই সাংসদ গৰাকীয়ে নিজকে বাঘৰ পোৱালীৰ লগত তুলনা কৰে। উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত ভোটৰ কাৰণে কোনোবাই যদি টকা দিয়ে সেইটো খোৱা জায়েজ বুলি কোৱাৰ লগতে টকা খালেও ইউ ডি এফক ভোট দিবলৈ আহ্বান জনায়।Conclusion:slug: as_jania_16oct_jania_badaruddin_ajmal_vis3+byt2+pho1_story_asc10058

Byte: মৌলনা বদৰুদ্দিন আজমল আৰু ড৹ হাফিজ ৰফিকুল ইছলামৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভ ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.