গোৱালপাৰা, 12 জুলাইঃ গোৱালপাৰা জিলাৰ টিয়াপাৰা চৰত আজি ভূটভূটি নাও দুৰ্ঘটনা সংঘটিত হৈছে । ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত হঠাৎ যাত্ৰীবাহী ভূটভূটি খনৰ ছৈ ভাঙি পৰাত কেইবাজনো লোক পানীত পৰি যায় । লগে লগে কেইজনমান লোক সাঁতুৰি পাৰ হয় যদিও দুজন লোক সন্ধানহীন হৈ আছিল । ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ সন্ধানহীন লোক দুজনৰ এজনক মৃত অৱস্থাত উদ্ধাৰ কৰে । আনহাতে আন জন লোকৰ সন্ধানত SDRF বাহিনী উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে লোক জনৰ কোনো সন্ধান পোৱা নাই ।
গোৱালপাৰাত দুৰ্ঘটনা পতিত ভূটভূটি নাও - টিয়াপাৰা চৰ
গোৱালপাৰা জিলাৰ টিয়াপাৰা চৰত ভূটভূটি নাও দুৰ্ঘটনা সংঘটিত হৈ এজনৰ মৃত্যু আৰু অন্য এজন সন্ধানহীন ৷
গোৱালপাৰা জিলাৰ টিয়াপাৰা চৰত ভূটভূটি নাওঁ দুৰ্ঘটনা সংঘটিত
গোৱালপাৰা, 12 জুলাইঃ গোৱালপাৰা জিলাৰ টিয়াপাৰা চৰত আজি ভূটভূটি নাও দুৰ্ঘটনা সংঘটিত হৈছে । ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত হঠাৎ যাত্ৰীবাহী ভূটভূটি খনৰ ছৈ ভাঙি পৰাত কেইবাজনো লোক পানীত পৰি যায় । লগে লগে কেইজনমান লোক সাঁতুৰি পাৰ হয় যদিও দুজন লোক সন্ধানহীন হৈ আছিল । ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ সন্ধানহীন লোক দুজনৰ এজনক মৃত অৱস্থাত উদ্ধাৰ কৰে । আনহাতে আন জন লোকৰ সন্ধানত SDRF বাহিনী উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে লোক জনৰ কোনো সন্ধান পোৱা নাই ।
Anchor:- গোৱালপাৰাত নাও দুৰ্ঘটনা।নিহত এজন আৰু সন্ধানহীন এজন।SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।
V.O :- গোৱালপাৰা জিলাৰ টিয়াপাৰা চৰত ভূটভূটি নাওঁ দুৰ্ঘটনা।নাওঁৰ ছৈ ভাঙি পানীত পৰিল যাত্ৰী।এজন নিহত,নিহত লোক জনৰ নাম নুৰু শ্বেখ আৰু আব্দুল মান্নাফ নামৰ লোক এজন সন্ধানহীন।উল্লেখ যে সপ্তাহিক জয়পুৰ বজাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি গৈ টিয়া পাৰা চৰলৈ গৈ আছিল নাওঁ খন। ব্ৰহ্মপুত্ৰ নদীৰ মাজমজিয়াত হঠাৎ নাওঁ খনৰ ছৈ ভাঙি পানীত পৰি যায় কেইবাজনো লোক ।কেইজনমান সাঁতুৰী পাৰ হয় যদিও দুজন লোক সন্ধানহীন হয়।এজনক মৃত্যু অৱস্থাত উদ্ধাৰ কৰে যদিও এতিয়াও আন এজন সন্ধানহীন হৈ আছে।SDRF বাহিনী উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই লোক জনৰ।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।