ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত আছুৰ প্ৰতিবাদ

author img

By

Published : Feb 9, 2019, 3:45 PM IST

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰ্লজ্জ মন্ত্ৰী, হিন্দু মুছলমানৰ ৰাজনীতি, শংকৰ আজানৰ দেশত নচলিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত আছুৰ প্ৰতিবাদ

গোৱালপাৰা,৯ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুকে ধৰি ৩০ টা জাতীয় সংগঠনে ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন কৰে। গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত আগিয়া-গোৱালপাৰা পথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত আছুৰ প্ৰতিবাদ
undefined

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ সময়ৰ পৰাই কলা পতাকা দেখুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে আছুকে ধৰি ৩০ টা জাতীয় সংগঠনে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰ্লজ্জ মন্ত্ৰী, হিন্দু মুছলমানৰ ৰাজনীতি, শংকৰ আজানৰ দেশত নচলিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে।

জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছু কে ধৰি 30 টা জাতীয় সংগঠনে ৰাজপথত কলা পতাকা প্ৰদৰ্শন কৰে আৰু লগতে দাহ কৰিলে নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি।গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত আগিয়া-গোৱালপাৰা পথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি প্ৰধান মন্ত্ৰী নেতৃত্বাধীন বিজেপি চৰকাৰখনক কটু ভাষাৰে সমালোচনা কৰিলে সংগঠন টোৱে।।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ সময়ৰ পৰাই কলা পতাকা দেখুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধিতা কৰিলে আছুকে ধৰি 30 টা জাতীয় সংগঠনে।যেতিয়া লৈকে জাতিধ্বংসী বিধেয়ক খন বাতিল কৰা নহব তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে সংগঠন কেইটাই।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্লজ্জ মন্ত্ৰী, হিন্দু মুছলমান ৰাজনীতি শংকৰ আজানৰ দেশত নচলিব বুলিও সকীয়াই দিয়ে আছু।লগতে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ।নৰেন্দ্ৰ মোদী সূচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, হিন্দু মুছলমান ৰাজনীতি নচলিব, আদি ধ্বনিৰে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰে আছুকে ধৰি 30 টা জাতীয় সংগঠনে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.