ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 7, 2022, 4:59 PM IST

Matiya Police Station ASI arrested: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আৰক্ষী বিষয়া

অসম আৰক্ষীৰ খাকীত দাগ ৷ খোচ লৈ গোৱালপাৰাত আৰক্ষীৰ জালত পৰিল আৰক্ষী ! দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত আৰক্ষী বিষয়া চবিন পাল দাস ।

Women patrolling on street: চাচনীত অভূতপূৰ্ব দৃশ্য

টৰ্চ লাইট আৰু হাতে হাতে লাঠি লৈ ৰাজপথলৈ ওলাই আহিল নাহৰকটীয়াৰ চাচনীৰ এদল মহিলা ৷ চাচনী অঞ্চললৈ প্ৰৱেশ কৰা প্ৰতিখন দুচকীয়া আৰু চাৰিচকীয়া বাহন তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰি গৈছে মহিলাৰ দলটোৱে ৷

Tiranga Distribution: অমৃত মহোৎসৱ আৰু এগৰাকী ব্যতিক্ৰমী শিক্ষক

সমাগত স্বাধীনতা দিৱস ৷ দেশজুৰি 75 তম স্বাধীনতা দিৱস উদযাপনৰ উলহ মালহৰ মাজতেই এগৰাকী শিক্ষকৰ মহানুভৱতাই আকৰ্ষণ কৰিছে অভয়াপুৰীবাসীক (Tiranga Distribution at Abhayapuri)৷

Ranjit Kumar Dass at Bihpuria: ৰণজিৎ দাসে ক’লে; শিক্ষাখণ্ডত দুৰ্নীতি থকাটো পুনৰ প্ৰমাণিত হ’ল

ৰাজ্যত শেহতীয়াকৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ইজনৰ পিছত সিজন দুৰ্নীতিত লিপ্ত বিষয়া গ্ৰেপ্তাৰ হৈছে (Anti Corruption Mission in Assam)। শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ককো দুৰ্নীতিৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল (Bhattadev university Registrar Arrested)।

Non teaching staff association protest : সোমবাৰে ৰাজ্যৰ ৩৩ খন মহাবিদ্যালয়ত কৰ্ম বিৰিত পালন কৰিব কৰ্মচাৰীয়ে

প্ৰাদেশিকীকৰণৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈছে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকৃত ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত তলাবন্ধ কাৰ্যসূচীৰ পৰিৱৰ্তে ক’লা বেজ পৰিধান কৰি কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সদৰী কৰে অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি অংকুৰ কুমাৰ দাসে ৷

Firing incident in Biswanath : ব্যৱসায়ীৰ পুত্ৰৰ গুলীত কথমপি প্ৰাণ ৰক্ষা যুৱকৰ

বিশ্বনাথৰ গুলীচালনাৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা (Firing incident in Biswanath)। ঘটনাত জড়িত ব্যৱসায়ীৰ পুত্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ । দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী স্থানীয় লোকৰ ।

Minister Ranjit Das in Lakhimpur: লখিমপুৰত কৃষি সেৱা কেন্দ্র উদ্বোধন মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ

পথালি পাহাৰত এটা কৃষি সেৱা কেন্দ্র উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ মন্ত্ৰী ৰণজিৎ দাসক কাষতে পায় আত্মহাৰা হৈ পৰে অঞ্চলটোৰ ৰাইজ (Krisi Seva Kendra inaugurate by Rajnit Das) ।

Felicitation program of congress: লখিমপুৰ জিলা পুথিভৰাঁলত কৃৰ্তি শিক্ষার্থীক সম্বৰ্ধনা

দেওবাৰে লখিমপুৰ জিলা পুথিভৰাঁলৰ প্ৰেক্ষাগৃহত জিলা যুৱ কংগ্ৰেছ আৰু এন এচ ইউ আইৰ যৌথ উদ্যোগত জিলাখনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শতাধিক শিক্ষার্থীক সম্বৰ্ধনা জনোৱা হয় (Felicitation program by Lakhimpur Congress) ।

Wood smuggling in Dibrugarh: ডিব্ৰুগড়ত জলপথেৰে চলিছে কাঠৰ চোৰাং সৰবৰাহ

ডিব্ৰুগড়ত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Dibrugarh)। জলপথেৰেও চলিছে কাঠৰ কুণ্ডাৰ অবৈধ সৰবৰাহ । সকলো দেখিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে ।

Child Death at Kaliabor: চিকিৎসকৰ গাফিলতিৰ বাবে চাৰি বছৰীয়া শিশুৰ মৃত্যু

কলিয়াবৰত চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যুক সাৱটিলে চাৰি বছৰীয়া কণমানিয়ে (Child Death at Kaliabor) ৷ হাস্পতালখনৰ দায়িত্বত থকা চিকিৎসকজনৰ বদলিৰ দাবীৰ শিশুটোৰ পৰিয়ালবৰ্গৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.