ETV Bharat / state

ডিমা হাছাওত সুৰাপান তথা ধপাত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা - covid-19

দেওবাৰে ডিমা হাছাৱৰ ৰাজহুৱা স্থান আৰু চৰকাৰী কাৰ্যালয়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক বুলি সদৰী কৰে জিলা ন্যায়িক দণ্ডাধীশ তথা জিলা উপাযুক্ত অমিতাভ ৰাজখোৱাই । লগতে জিলাখনত সুৰাপান তথা ধপাত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে ডিমা হাছাও জিলা প্ৰশাসনে ।

ডিমা হাছাও
ডিমা হাছাওত সুৰাপান তথা ধপাত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা
author img

By

Published : Apr 19, 2020, 7:10 PM IST

ডিমা হাছাও, 19 এপ্ৰিল: ডিমা হাছাও জিলাৰ ৰাজহুৱা স্থান আৰু চৰকাৰী কাৰ্যালয়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক । ইয়াৰোপৰি সমগ্ৰ জিলাখনত সুৰাপান,তামোল,গুটখা আৰু ধপাত জাতীয় সামগ্ৰী ওপৰত নিষেধাজ্ঞা জাৰি কৰে ডিমা হাছাও জিলা প্ৰশাসনে । দেওবাৰে জিলা ন্যায়িক দণ্ডাধীশ তথা জিলা উপাযুক্ত অমিতাভ ৰাজখোৱাই জাৰি কৰে এই নিৰ্দেশ ।

ডিমা হাছাও
ডিমা হাছাওত সুৰাপান তথা ধপাত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা

জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশত উল্লেখ কৰে যে,নিষেধাজ্ঞা অমান্য কৰি কোনোবাই যদি সুৰাপান,তামোল,গুটখা তথা ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰে বা ক্ৰয় কৰে তেনেহ'লে সেই ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি শাস্তি প্ৰদান কৰা হ'ব বুলিও সদৰী কৰে ।

আনহাতে,দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ত দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা মানুহৰ অত্যাৱশ্যকীয় সামগ্ৰীক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়হে, দেওবাৰে হাফলং ৰামকৃষ্ণ সেৱা সমিতি আৰু হাফলং অখণ্ড উপাসনা মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা 350 টা পৰিয়ালৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

লগতে জানিবলৈ চাওকঃ সশস্ত্ৰ বাহিনীত কৰ'ণা ভাইৰাছঃ হাই এলাৰ্টত ইণ্ডিয়ান আৰ্মী,নেভী আৰু এয়াৰফৰ্চ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.