ETV Bharat / state

ডিমা হাছাওত পথ দুৰ্ঘটনাত ৩ যুৱকৰ মৃত্যু

author img

By

Published : Jul 4, 2022, 9:01 PM IST

মাইবং আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, আজি দুপুৰীয়া 1.30 মান বজাত এএছ 31 এ 5692 (AS 31 A 5692) আৰু এএছ 01 ডিকিউ 2942 (AS 01 DQ 2942) নম্বৰৰ দুখন মটৰচাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ হয় । মটৰচাইকেল দুখনৰ এখন মাইবঙৰ পৰা হাফলং অভিমুখে গৈ আছিল । আহাতে, আনখন মটৰচাইকেল হাফলঙৰ পৰা মাইবং অভিমুখে গৈ আছিল ।

ডিমা হাছাওত পথ দুৰ্ঘটনাত ৩ যুৱকৰ মৃত্যু
ডিমা হাছাওত পথ দুৰ্ঘটনাত ৩ যুৱকৰ মৃত্যু

ডিমা হাছাও, ৪ জুলাই : ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । ইফালে আজি দুদিন পূৰ্বে ডিমা হাছাওত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন সাতজন লোক আহত হৈছিল । আজি পুনৰ সংঘটিত হ'ল ডিমা হাছাওত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident took place at Dima Hasao)। ডিমা হাছাও জিলাত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকী যুৱকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় (3 youth died in road accident) । এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয় আজি দুপুৰীয়া 1.30 মান বজাত । দুৰ্ঘটনাটো সংঘটিত হয় ডিমা হাছাওৰ মাইবঙৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ।

মাইবং আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, আজি দুপুৰীয়া 1.30 মান বজাত এএছ 31 এ 5692 (AS 31 A 5692) আৰু এএছ 01 ডিকিউ 2942 (AS 01 DQ 2942) নম্বৰৰ দুখন মটৰচাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ হয় । মটৰচাইকেল দুখনৰ এখন মাইবঙৰ পৰা হাফলং অভিমুখে গৈ আছিল । আহাতে,আনখন মটৰচাইকেল হাফলঙৰ পৰা মাইবং অভিমুখে গৈ আছিল । তেনে সময়তে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফৰেষ্ট গাৰ্ডেনৰ ওচৰতে মটৰচাইকেল দুখনৰ মুখামুখী সংঘৰ্ষ হয় । ফলত দুয়োখন মটৰচাইকেলত থকা চাৰিগৰাকী যুৱক গুৰুতৰভাবে আহত হয় ।

ইফালে দুৰ্ঘটনাৰ খবৰ পাই মাইবং আৰক্ষী থানাৰ পৰা আৰক্ষীৰ এটা দল ঘটনাস্থলীত গৈ উপস্থিত হয় । আৰক্ষীয়ে গুৰুতৰভাবে আহত এগৰাকী যুৱতীকে ধৰি চাৰিওগৰাকীকে উদ্ধাৰ কৰি মাইবং চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আঘাত গুৰুতৰ হোৱাত মাইবঙৰ পৰা তেওঁলোকক হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (Injured youths sent to Haflong Civil Hospital) । কিন্তু হাফলং চিকিৎসালয়লৈ লৈ গৈ থাকোতেই মাজপথতে তিনিগৰাকী যুৱকৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক তিনিগৰাকী হৈছে পুৰণি মাইবঙৰ অৰনিত লাংথাছা (18), মাইবাঙৰ ৰিয়ান ডিপোছা (18) আৰু সংপিজাঙৰ লেটখিল লোউভম (22)। আনহাতে, গুৰুতৰভাবে আহত হৈ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ষ্টিফেন হাওলাই (21) নামৰ এগৰাকী যুৱক ।

লগতে পঢ়ক :চাৰৰ পেন্ট ফালিল: ৰিক্সাৱালাক চৰিয়াই চাৰে দেখুৱালে বীৰত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.