ETV Bharat / state

হাফলঙত বৰদিন উদযাপন প্ৰস্তুতি তুংগত

বৰদিনৰ আগদিনা অৰ্থাৎ বৃহস্পতিবাৰে হাফলঙৰ বজাৰত দেখা গ‘ল গ্ৰাহকৰ ভিৰ ৷ পাহাৰীয়া জিলাখনৰ তাপমাত্ৰা 10 ডিগ্ৰীলৈ নামি আহিছে যদিও বৰদিন উদযাপনৰ বাবে ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উচাহ ৷

preperation-for-cristmas-in-haflong
হাফলঙত বৰদিন উদযাপন প্ৰস্তুতি তুংগত
author img

By

Published : Dec 24, 2020, 3:48 PM IST

ডিমা হাছাও, 24 ডিচেম্বৰ: বৰদিন উদযাপনৰ বাবে ডিমা হাছাও জিলাৰ সদৰ হাফলং চহৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বৰদিন উপলক্ষে আলোক সজ্জাৰে সজাই পৰাই তোলা হৈছে হাফলঙৰ গীৰ্জা সমূহ। ইতিমধ্যে হাফলঙৰ খীষ্টান ধৰ্মাৱলম্বী লোক সকলো বৰদিন পালনৰ বাবে প্ৰস্তুত হৈ পৰিছে ৷ আৰু কেইঘণ্টামানৰ পাছতে অৰ্থাৎ নিশা 12 বজাত বিশ্বশান্তিৰ কামনাৰে অনুষ্ঠিত হ‘ব প্ৰাৰ্থনা সভাৰ ৷

preperation-for-cristmas-in-haflong
হাফলঙত বৰদিন উদযাপন প্ৰস্তুতি তুংগত

ইতিমধ্যে বৰদিনৰ আগদিনা অৰ্থাৎ বৃহস্পতিবাৰে হাফলঙৰ বজাৰতো দেখা গ‘ল গ্ৰাহকৰ ভিৰ ৷ পাহাৰীয়া জিলাখনৰ তাপমাত্ৰা 10 ডিগ্ৰীলৈ নামি আহিছে যদিও বৰদিন উদযাপনৰ বাবে ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উচাহ ৷

লগতে পঢ়ক: ভুৱা পৰিচয়েৰে বিবাহঃ পাছত ধৰ্মান্তকৰণৰ বাবে হেঁচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.