ETV Bharat / state

ডিমা হাছাওত নিচা জাতীয় টেবলেট সহ দুজন লোকক গ্ৰেপ্তাৰ

author img

By

Published : Jul 2, 2022, 2:10 PM IST

ডিমা হাছাও জিলাত বুজন পৰিমানৰ নিচা জাতীয় টেবলেটসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে হাফলং আৰক্ষীয়ে (Narcotic tablets seized at Haflong)৷

Two persons arrested with narcotic tablets
নিচা জাতীয় টেবলেট সহ দুগৰাকী লোকক গ্ৰেপ্তাৰ

ডিমা হাছাও, 2 জুলাই: ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে ডিমা হাছাও জিলাত বুজন পৰিমানৰ নিচা জাতীয় টেবলেটসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে হাফলং আৰক্ষীয়ে (Narcotic tablets seized at Haflong)৷ শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি হাফলং হ্ৰদৰ সমীপত আৰক্ষীৰ এটা দলে অভিযান চলাই টেবলেটখিনি নি থকাৰ পথত হাতে লোটে ধৰিবলৈ সক্ষম হয় (Two smuggler arrested) ৷

জব্দ কৰা গাড়ীখনৰ নম্বৰ এম এল 05 এন 0948 ৷ গাড়ীখনত কঢ়িয়াই নিয়া নিচা জাতীয় টেবলেটবিধ প্ৰকচিমেট টেবলেট বুলি জনায় হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াই ৷

দুই টেবলেট সৰবৰাহকাৰী ক্ৰমে চাংচন আৰু দৰা মাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাফলং থানাত সোধ-পোছ অব্যাহত ৰাখিছে (Haflong police station)৷

লগতে পঢ়ক : Ganja seized in Nazira: শিমলুগুৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.