ETV Bharat / state

উমৰাংচুত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন লোকৰ

ডিমা হাছাওৰ উমৰাংচুত শোকাকুল পৰিৱেশ । বিদ্যুৎস্পৃষ্ট হৈ এজনৰ লোকৰ মৃত্যুৰ বাতৰিয়ে শোকৰ ছাপ পেলাইছে সমগ্ৰ অঞ্চলটো(Man electrocuted to death in Umrangso) । মৃত লোকজন ট্ৰাক চালকৰ সহযোগী কৰ্মী আছিল বুলি জানিব পৰা গৈছে ।

one person dies due to electrocution
উমৰাংচুত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ
author img

By

Published : May 5, 2022, 12:41 PM IST

ডিমা হাছাও,৫ মে': ডিমা হাছাওৰ উমৰাংচু আৰক্ষী থানাৰ অন্তৰ্গত ১৬ কিলো অঞ্চলত সংঘটিত হয় এক শোকাবহ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন লোকৰ(Man electrocuted to death in Umrangso) । মৃত লোকজন ট্ৰাক চালকৰ সহযোগী কৰ্মী আছিল বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে উমৰাংচু ডালমিয়া চিমেন্ট ফেক্টৰীৰ পৰা সামগ্ৰী কঢ়িয়াই অনাৰ বাবে এখন ট্ৰাক লাইনত ৰখাই থোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনাটো । লাইনত ৰখাই থোৱাৰ সময়তে ট্ৰাকখনৰ চালকে নথিপত্ৰ পৰীক্ষা কৰিবলৈ যাওতেই সহযোগীজনে ট্ৰাকৰ ওপৰত উঠি গাড়ী চাফা কৰাৰ কামত লাগে ।

ঠিক সেই সময়তে গাড়ীৰ ওপৰত উঠোতেই বিদ্যুৎ পৰিবাহী তাৰৰ সংস্পৰ্শলৈ আহে লোকজন । ফলত ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ । মৃত লোকজনৰ নাম অতুল চৌহান বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ।

লগতে পঢ়ক: ড্ৰন পাঠ্যক্ৰম সম্পৰ্কত জৰীপ কেন্দ্ৰ আৰু আই আই টিৰ মাজত বুজাবুজিৰ চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.