ETV Bharat / state

হাফলঙত অসম খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সচেতনা শিৱিৰ - খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সচেতনা শিৱিৰ

প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীনত নিবনুৱাসকলৰ কৰ্মসংস্থান ওপৰত হাফলংত খাদী আৰু গ্রামোদ্যোগ আয়োগৰ সচেতনতা শিবিৰ । শিৱিৰত অংশগ্ৰহণ কৰে মুখ্য কাৰ্যবাহী বিষয়া ডঃ সুকোমল দেৱৰ লগতে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা ৷

Khadi and Village Industries Commission organised Awareness Camp at Haflong
খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সচেতনা শিৱিৰ
author img

By

Published : Jan 11, 2020, 5:09 PM IST

হাফলং, 11 জানুৱাৰীঃ প্ৰধানমন্ত্ৰী ৰোজগাৰ আঁচনিৰ অধীনত ডিমা হাচাও উত্তৰ কাছাৰ পাৰ্বত্য জিলাত অনুষ্ঠিত কৰা হয় সচেতনতা শিৱিৰ ৷ জিলা সদৰস্থিত হাফলং সাংস্কৃতিক ভৱনত অনুষ্ঠিত হয় সচেতনতা শিৱৰটো ৷ শিৱিৰৰ সৈতে সংগতি ৰাখি জিলা শ্ৰমশিল্প বিভাগৰ হস্ততাঁত সপ্তাহ উপলক্ষে আয়োজন কৰে এখন প্ৰদৰ্শনী ৷

লগতে পঢ়কঃ হাফলং-শিলচৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি 27 লাখ টকা মুকলি

অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উত্তৰ-পূৱৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী বিষয়া ড৹ সুকোমল দেৱৰ লগতে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা উপস্থিত থাকে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে ৷

হাফলঙত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ সুকোমল দেৱ

প্ৰধানমন্ত্ৰী ৰোজগাৰ আঁচনিৰ অধীনত নিবনুৱাসকলে কিদৰে লাভৱান হ'ব পাৰে তাক অৱগত কৰায় ড৹ সুকোমল দেৱে ৷ আঁচনিৰ অধীনত নিবনুৱাসকলে নিজকে স্বনিৰ্ভৰশীল কৰি তুলিব পাৰে, তাক লৈ আলোকপাত কৰে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই ৷ অনুষ্ঠানত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিপোলাল হোজাইয়ো অংশগ্ৰহণ কৰে ৷

Intro:ডিমা হাছাও 10 জানুৱাৰী: প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীনত জিলাৰ নিবনীয়া সকলৰ কর্মসংস্থান দিয়াৰ ওপৰত আজি হাফলং সাংস্কৃতিক ভৱনত এখন সচেতনতা শিবিৰ অনুষ্ঠিত হয়। লগতে জিলা শ্ৰমশিল্প বিভাগৰ উদ্যোগত হস্ততাঁত সপ্তাহ উপলক্ষে এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়।Body:হাফলং সাংস্কৃতিক ভৱনত আয়োজিত অনুষ্ঠানত উপস্থিত আছিল উত্তৰ পূৱৰ দায়িত্বত থকা খাদী আৰু গ্রামউদ্যোগ আয়োগৰ সিইও ডঃ সুকোমল দেৱ আৰু দিম হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা। ইয়াৰ লগতে উপস্থিত থাকে জিলাৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্য সকল।Conclusion:প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীনত কি দৰে নিবনীয়া সকলে ব্যাংকৰ পৰা ঋণ লৈ নিজকে চনিৰ্ভৰ কৰি তুলিব পাৰে আৰু এই যোজনাৰ অধীনত নিবনীয়া সকলে কি কি সুবিধা লব পাৰে এই বিষয়ৰ ওপৰত অৱগত কৰে উপস্থিত সকলক ডঃ সুকোমল দেৱে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীনত নিবনীয়া সকলে সকলো সুবিধা লৈ নিজকে চনিৰ্ভৰ কৰি তুলিব পাৰে এই আহ্বান জনায় জিলা উপযুক্ত অমিতাভ ৰজোখায়ৰ লগতে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ ইএম নিপোলাল হোজাইয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.