ETV Bharat / state

জাপানীজ এনকেফেলাইটিছ : পুনৰ মৃত্যু এক - ONE WOMAN DEAD

ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছৰ আতংক অব্যাহত থকাৰ মাজতে মঙলবাৰে সন্ধিয়া ডিমা-হাচাওত পুনৰ মৃত্যু হয় এগৰাকী মহিলাৰ ৷

জাপানীজ এনকেফেলাইটিছ : পুনৰ মৃত্যু এক
author img

By

Published : Jul 23, 2019, 11:21 PM IST

ডিমা হাচাও, 23 জুলাই: ডিমা হাচাও জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী মহিলাৰ । এতিয়ালৈকে ডিমা হাছাও জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে দুগৰাকী মহিলাৰ ৷ উল্লেখযোগ্য যে, যোৱা 6 জুলাইত হাতীখালি অঞ্চলৰ কুঞ্জলতা হাকমকছা নামৰ এজন মহিলাৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ হাফলং অসামৰিক চিকিৎসালয়ত মৃত্য হৈছিল । ইফালে কালি অৰ্থাৎ সোমবাৰে জাতিংগা আৰু উমৰাংচুৰ পৰা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত দুগৰাকী মহিলাক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ।

Intro:ডিমা হাছাও ২৩ জুলাই: ডিমা হাছাও জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আৰু এক মহিলাৰ মৃত্যু হয়। এতিয়ালৈকে ডিমা হাছাও জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ দুজন মহিলাৰ মৃত্যু হৈছে।Body:উল্লেখযোগ্য যোৱা ৬ জুলাই হাতীখালি অঞ্চলৰ কুঞ্জলতা হাকমকছা নামৰ এজন মহিলাৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ হাফলং অসামৰিক হাস্পাতালত মৃত্য হৈছিল।Conclusion:যোৱা কালি জাতিঙা আৰু উমৰাংচোৰ পৰা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ সংকজনক অৱস্থাত দুজন মহিলাক হাফলং অসামৰিক হাস্পাতালত ভৰ্তি কৰা হৈছিল। আজি সন্ধিয়া এজন মহিলাৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে ডিমা হাছাও জিলাৰ স্বাস্থ্য ও পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালক ডঃ দীপালি বৰ্মনে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.