ETV Bharat / state

International Women's Day : হাফলঙত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন - International Womens Day celebrations at Haflong

আজি আন্তৰ্জাতিক নাৰী দিৱস (International Women's Day ) ৷ সমগ্ৰ ৰাজ্যৰ লগতে হাফলং পুথি ভঁৰাল ভৱনত শক্তি মহিলা মণ্ডলৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় (International Women's Day celebrations at Haflong) । এই অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষা ৰানু লাংথাচা, বিশিষ্ট সমাজ কৰ্মী মেওয়া ৰিমবাই আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

international-womens-day-celebrations-at-haflong
হাফলঙত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
author img

By

Published : Mar 8, 2022, 9:44 PM IST

ডিমা হাছাও, 8 মাৰ্চ : 8 মাৰ্চ প্ৰতিগৰাকী মহিলাৰ বাবে এটা বিশেষ দিন ৷ কিয়নো এই দিনটোতে সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় আন্তজাৰ্তিক নাৰী দিৱস (International Women's Day ) ৷ নাৰী অন্যন্যা, সৃষ্টি-আদি-অন্ত সকলো ৷ সমাজ এখন নাৰী অবিহনে আধৰুৱা ৷

শেহতীয়াকৈ সমগ্ৰ ৰাজ্যৰ লগতে হাফলঙতো পালন কৰা হৈছে নাৰী দিৱস ৷ মঙলবাৰে হাফলং পুথি ভঁৰাল ভৱনত শক্তি মহিলা মণ্ডলৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় (International Women's Day celebrations at Haflong) । দিনৰ প্ৰায় 12 বজাত হাফলংৰ বিশিষ্ট শিক্ষাবিদ তথা অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী ৰমা বৰ্ণাৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰে ৷

আন্তজাৰ্তিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষা ৰানু লাংথাচা, বিশিষ্ট সমাজ কৰ্মী মেওয়া ৰিমবাই আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : International Women's Day : কোকৰাঝাৰত এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.