ETV Bharat / state

ক’ৰণা মহামাৰীৰ বাবে হাফলঙত অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন - ক’ৰণা মহামাৰীৰ আতংক

চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি হাফলঙত মন্দিৰ আৰু স্থায়ী মণ্ডপতেই পূজা অনুষ্ঠিত কৰা হৈছে । সকলোতে ক’ভিড-19ৰ প্ৰট'কল মানি পূজা অনুষ্ঠিত কৰিছে পূজা কমিটি সমূহে। প্ৰথম দিনাই পূজা দৰ্শনাৰ্থীৰ সংখ্যা একেবাৰেই নগন্য।

haflong durga puja celebeations
ক’ৰণা মহামাৰীৰ বাবে হাফলংত অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন
author img

By

Published : Oct 23, 2020, 8:03 PM IST

ডিমা হাছাও 23 অক্টোবৰঃ ক’ৰণা মহামাৰীৰ আতংকৰ মাজতে হাফলংত অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন। আজি সপ্তমী কিন্তু পূজাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত নাই উচ্ছাহ উদ্দীপনা। এফালে ক’ৰণা মহামাৰীৰ আতংক আনফালে বৰষুণৰ বাবে দুৰ্গা পূজাৰ উদ্দীপনা একেবাৰে ম্লান কৰি পেলাইছে।

চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি হাফলঙত মন্দিৰ আৰু স্থায়ী মণ্ডপতেই পূজা অনুষ্ঠিত কৰা হৈছে । সকলোতে ক’ভিড-19ৰ প্ৰট'কল মানি পূজা অনুষ্ঠিত কৰিছে পূজা কমিটি সমূহে। প্ৰথম দিনাই পূজা দৰ্শনাৰ্থীৰ সংখ্যা একেবাৰেই নগন্য।

ক’ৰণা মহামাৰীৰ বাবে হাফলংত অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন

হাফলং জগন্নাথ মন্দিৰ পূজা কমিটিৰ সদস্য অজয় চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে, ক’ৰণা মহামাৰীৰ মাজতে নীতি নিয়ম ৰক্ষা কৰি আমি পূজা পাতিছো । চৰকাৰী সকলো নিয়ম আৰু ক’ভিড-19ৰ প্ৰট'কল মতে আমি পূজাৰ আয়োজন কৰিছো আৰু মন্দিৰৰ গেটত কমিটিৰ ফালৰ পৰা পূজালৈ অহা ভক্ত দৰ্শনাৰ্থীৰ বাবে ৰখা হৈছে চেনিটাইজাৰ আৰু ভক্ত সকলৰ বাবে মাস্কৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত অনুষ্টুপীয়াকৈ দুৰ্গাপূজা উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.